• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

নাগা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত টি ইউ চিৰ প্ৰতিবাদ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 8, 2017 4:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই এম) ৰ মাজত স্বাক্ষৰিত নাগা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত মণিপুৰৰ থাংমেইবান্দ ইউনাইটেড ক্লাবে (টি ইউ চি) এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। ৭ ডিচেম্বৰৰ উক্ত প্ৰতিবাদী সভাত আনসকলৰ লগতে অভিনয় জগতৰ পৰা গৈ ৰাজনৈতিক নেতা হোৱা কাইকো হিচাপে জনাজাত আৰ কে চমেন্দ্ৰই যোগ দিয়ে।

টি ইউ চি হৈছে থাংমেইবান্দ বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গোটৰ এক ঐক্যবদ্ধ মঞ্চ।

Apply Now

পুৱা ১০ বজাৰ পৰা চলা প্ৰতিবাদকালত অঞ্চলটোৰ দোকান-পোহাৰ আৰু সকলো বিলাক ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে যান-বাহনৰ চলাচলো বন্ধ থাকে।

প্ৰতিবাদস্থলীত কংগ্ৰেছৰ মুখপাত্ৰ তথা থাংমেইবান্দ সমষ্টিৰ বিধায়ক খুমুকশ্যাম জয়কিষাণৰ উপৰি প্ৰাক্তন চলচ্চিত্ৰ তাৰকা কাইকো, প্ৰাক্তন মুখ্য মন্ত্ৰী ৰাধা বিনোদ কৈইজাম আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

নিজৰ মন্তব্য প্ৰকাশ কৰি জয়কিষাণে কয় যে যদিও ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্ট খনে ৰাজ্যখনৰ ভৌগোলিক সীমাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি কৈ অহা হৈছে, তথাপি ৰাজ্যখনত দুটাকৈ পৃথক প্ৰশাসনক নিযুক্তি কৰা কাৰ্যবিধিত আশংকাৰ অৱকাশ আছে। ইয়াৰ উপৰি তেওঁ বিভিন্ন দলে কংগ্ৰেছক পাহাৰীয়া মানুহৰ বিৰোধী বুলি চলাই অহা অভিযোগক খণ্ডন কৰে। তেওঁ কয় ‘পাহাৰীয়া সমষ্টি সমূহৰ পৰা নিৰ্বাচিত হোৱা ২০ জন বিধায়কৰ ৯ জনেই কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈছে।’

মন কৰিব লগীয়া যে ৰাষ্ট্ৰপতিয়ে হৰ্নবিল উৎসৱৰ উদ্বোধনী ভাষণত অহা দুই এমাহতে নাগা চুক্তিৰ সন্দৰ্ভত এক সিদ্ধান্তত উপনীত হ’ব পৰা যাব বুলি মন্তব্য কৰিছিল। ৰাষ্ট্ৰপতিৰ উক্ত মন্তব্যক প্ৰশ্ন কৰি বিধায়ক গৰাকীয়ে কয় ‘যদিহে খচৰাখন ইতিমধ্যে প্ৰস্তুত কৰা হৈছে তেন্তে ইয়াক কিয় সংশ্লিষ্ট ৰাজ্য সমূহৰ মাজত ৰাজহুৱা কৰা হোৱা নাই।’

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

July 3, 2026 2:55 pm
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

July 3, 2026 2:55 pm
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd