• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ড বিধানসভা নিৰ্বাচন : ৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2018 11:28 am
Nagaland-Assembly-680x365
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ প্ৰথমদিনটোত শুকুৰবাৰে ৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। ইয়াৰে ছয় গৰাকী নিৰ্দলীয় আৰু এগৰাকী কংগ্ৰছ প্ৰাৰ্থী।

এই মনোনয়ন প্ৰত্যাহাৰৰ পিছত ত্ৰয়োদশ ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ বাবে ২২৬ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। অহা ১৭ ফেব্ৰুৱাৰিত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

Apply Now

মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা নিৰ্দলীয় বিধায়ক কেইগৰাকী হ’ল: কেলহাউছিথি কিৰে (৯নং কোহিমা টাউন সমষ্টি), ছিয়েভিটো লিনুউ (১০ নং উত্তৰ আংগামী-১ সমষ্টি), ড০ নেইফ্ৰেজ’ কেডিটছু (১১ নং উত্তৰ আংগামী-২ সমষ্টি), ছাশা ফ’ম (৪৯ নং তামলু সমষ্টি), হামফেন ফোমা(৪৯ নং তামলু সমষ্টি), ইমতিয়াঞ্জেৰ চাং(৫১ নং নকছেন সমষ্টি)। আনহাতে একমাত্ৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী হৈছে ড০ আইমং লাম(৫৬ নং নকলাক সমষ্টি)। নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সংবাদ কোষৰ এক বিবৃতিত এই তথ্য প্ৰকাশ পাইছে।

অহা১২ ফেব্ৰুৱাৰি হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহৰৰ শেষ দিন।

আনহাতে, দলীয় কৰ্মী আৰু বিষয়ববীয়াৰ সমূহীয়া পদত্যাগৰ পিছত ৩৪ নং আঘুনাটো সমষ্টিৰ বিজেপি শাখা ভংগ কৰি দিয়া হৈছে। শাখাটোৰ সভাপতি কাকেইয়ে য়েপথমি আৰু সাধাৰণ সম্পাদক হেভুখুই জাৰি কৰা এক বিবৃতিত এই কথা কোৱা হৈছে। কেন্দ্ৰীয় বিজেপি আৰু এনডিপিপিৰ মাজত হোৱা আসন বুজাবুজিৰ বাবেই এই সমূহীয়া পদত্যাগ হৈছে বুলি কোৱা হৈছে।

‘’বিজেপিৰ আঘুমাটো সমষ্টিৰ দলীয় কৰ্মীসকলে অনুভৱ কৰে যে এই ভুল সিদ্ধান্তটো গ্ৰহণ কৰা হৈছিল একাংশ স্বাৰ্থন্বেষী তথা ন্যস্ত স্বাৰ্থৰ ব্যক্তিক সন্তুষ্ট কৰাৰ বাবে আৰু ইয়াত দলীয় স্বাৰ্থৰ কথাত গুৰুত্ব দিয়া নহ’ল,’’-বিবৃতিটোত কোৱা হৈছে।

আন এক বাতৰি মতে বিজেপিৰ ৪৪ নং পমচিং বিধানসভা সমষ্টিৰ সমিতিখনো ভংগ কৰি দিয়া হৈছে।

সূত্ৰসমূহে জনোৱা মতে বিজেপি যুৱ মৰ্চাৰ উপসভাপতি চিংচক কন্যাকক বিজেপি দলে প্ৰাৰ্থিত্ব নিদিয়াত অসন্তুষ্ট হৈ বিদ্ৰোহী কৰ্মীসকলে পদত্যাগ কৰিছিল। বিজেপিৰ এই শাখাটোৱে এনপিপিত যোগদান কৰা চিংচকক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ আগন্তুক নিৰ্বাচনত এনপিপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াৱ।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd