• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডত অভূতপূৰ্ণ ৰাজনৈতিক পটপৰিৱৰ্তন : আগন্তুক নিৰ্বাচন বৰ্জন সকলো দলৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2018 4:52 pm
naga-declaration

নাগা যৌথ ঘোষণাপত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা অভূতপূৰ্ব ঘটনাৰ নজিৰ সৃষ্টি কৰি আজি নাগালেণ্ডত সকলো ৰাজনৈতিক দলে ৰাজ্যখনত হ’ব লগীয়া আগন্তুক ত্ৰয়োদশ বিধানসভাৰ নিৰ্বাচন বৰ্জন কৰিবলৈ সিদ্ধান্ত কৰিছে। ঘোষিত নিৰ্বাচনত কোনো দলেই নিদিয়ে প্ৰাৰ্থী, নিদিয়ে মনোনয়ন।

আজি নাগালেণ্ডৰ সকলো ৰাজনৈতিক দল (ৰাষ্ট্ৰীয় দলকেইটাকো ধৰি) আৰু শীৰ্ষস্থানীয় নাগা হোহো তথা শীৰ্ষস্থানীয় সমাজ গোট-সংগঠনবোৰৰ বৈঠকত এই অতি গুৰুত্বপূৰ্ণ তথা চিন্তা উদ্ৰেককাৰী সিদ্ধান্তটো লোৱা হয়।

Apply Now

উল্লেখযোগ্য যে ৬০ খন আসন থকা নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰিত পতাৰ কথা ঘোষণা কৰিছিল দেশৰ নিৰ্বাচন আয়োগে আৰু অহা ৩ মাৰ্চত ভোট গণনা হোৱাৰ কথা আছিল।

স্মৰ্তব্য যে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত এন এছ চি এন (আই এম)-এ শান্তিৰ ৰাজনৈতিক সমাধানৰ দিশত গৈ থকা নাগাসকলৰ ওপৰত নিৰ্বাচন জাপি দিয়াৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছিল। আনহাতে যোৱা ১৫ ডিচেম্বৰত নাগালেণ্ড বিধানসভাই নিৰ্বাচন পতাৰ পূৰ্বেই নাগা ৰাজনৈতিক সমস্যাৰ সমাধান কৰিব লাগে বুলি এক সিদ্ধান্ত লৈছিল।

আজিৰ বৈঠকৰ শেষত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে চহী কৰা তথা NE NOW লৈ পঠোৱা সিদ্ধান্তৰ এটা বিবৃতিত এইবুলি কোৱা হৈছে, ‘ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থত সকলো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেই solution before election আহ্বানৰ সৈতে ঐক্যবদ্ধভাৱে থিয় দিয়াৰ উপযুক্ত সময় বুলি বিশ্বাস কৰো। আৰু ১৩ সংখ্যক নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন স্থগিত ৰাখি নাগা ৰাজনৈতিক প্ৰক্ৰিয়াটোক ইয়াৰ যথোপযুক্ত মীমাংসাত উপনীত কৰোৱাৰ বাবে আলোচনাত মিলিত গোটবোৰক সময় আৰু বাট মোকলাই দিয়া উচিত বুলি ভাবো।’

এই বিবৃতিৰ সৈতে দিয়া তালিকাত ১১টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে চহী কৰিছে। তাৰ ভিতৰত ৰাজ্যখনত শাসনত থকা এন পি এফ দলো আছে। আনহাতে কেন্দ্ৰত শাসনত থকা বিজেপি তথা কংগ্ৰেছ দলৰ ৰাজ্যিক প্ৰতিনিধিও আছে।

‘আমি তলত স্বাক্ষৰকাৰীসকলে সকলো ৰাজনৈতিক দল তথা নিৰ্বাচনৰ বাবে সাজু হোৱা প্ৰাৰ্থীসকলৰ হৈ ৰাজ্যবাসীৰ আশা-আকাংক্ষাক সন্মান জনাই দলৰ টিকট বিতৰণ নকৰা আৰু মনোনয়ন দাখিল নকৰাৰ সিদ্ধান্ত লৈছো।’

বিবৃতিটোৰ এঠাইত এইদৰে কোৱা হৈছে। বিবৃতিটোত কোৱা মতে এই ঘোষণা শীৰ্ষস্থানীয় নাগা হোহো আৰু civil society organizations ৰ উপস্থিতিত কৰা বুলি দাবী কৰা হৈছে। এই বৈঠকখন ২৯ জানুৱাৰি, ২০১৮ ত ক’হিমাৰ হোটেল জাফুত অনুষ্ঠিত হয় আৰু ঘোষণাটোও তাতে কৰা হয়।

স্বাক্ষৰকাৰী প্ৰতিনিধিসকলে প্ৰতিনিধিত্ব কৰা ১১টা ৰাজনৈতিক দলৰ ভিতৰত আছে কংগ্ৰেছ, বিজেপি, এন পি এফ, য়ু এন ডি পি, এন চি পি, নাগালেণ্ড কংগ্ৰেছ, আপ, এন ডি পি পি, এন পি পি, এল এন জে পি আৰু জে ডি (য়ু)।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd