• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডত আছাম ৰাইফলছৰ অভিযানত ধৰা পৰিল ৩ দুৰ্ধৰ্ষ এনডিএফবি(সং) কেডাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2018 1:34 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্ত্ৰাসবাদী দমনৰ উদ্দেশ্যে নাগালেণ্ডত আছাম ৰাইফলছে চলোৱা এক অভিযানত এনডিএফবি (সং)ৰ ৩ দুৰ্ধৰ্ষ কেডাৰ ধৰা পৰাৰ বাতৰি পোৱা গৈছে।

আছাম ৰাইফলছে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতি অনুসৰি ধৃত এনডিএফবি(সং) কেডাৰ তিনিজনে প্ৰাথমিকভাৱে নামনি অসমত সক্ৰিয় হৈ আছিল।

Apply Now

চোৰাংচোৱাৰ পৰা লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আছাম ৰাইফলছে শুকুৰবাৰে নাগালেণ্ডৰ ৰাজধানী ডিমাপুৰৰ ঝৰ্ণাপানীত চলোৱা অভিযানতে এনডিএফবি(সং) কেডাৰকেইজনক আটক কৰে।

আটকাধীন এনডিএফবি(সং)ৰ কেডাৰ তিনিজন হৈছে ক্ৰমে ছোমাৰ বসুমতাৰী (৩০), নিপেন নাৰ্জাৰী (৩০) আৰু ৰাজেশ নাৰ্জাৰী (২৩)। ধৃত তিনিওজনৰ ঘৰ নামনি অসমৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত বুলি প্ৰকাশ কৰিছে আছাম ৰাইফলছৰ সূত্ৰই।আনহাতে ধৃত এনডিএফবি(সং) কেডাৰ কেইজনৰ পৰা আছাম ৰাইফলছে এটা পইণ্ট ৩২ কেলিবাৰ পিষ্টল আৰু চাৰি জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত আটাইকেইগৰাকীৰ বিৰুদ্ধে ডিমাপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। সম্প্ৰতি ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ঠি কৰা পৰিলক্ষিত হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd