• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডত এন ডি পি পিৰ সৈতে বিজেপিৰ প্ৰাক নিৰ্বাচনী মিত্ৰতা : এন পি এফ হতাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2018 9:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি দলৰ নাগালেণ্ডৰ নিৰ্বাচনী দায়িত্বত থকা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু আৰু নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী নেইফিউ ৰিঅ’ৱে আজি গুৱাহাটীত প্ৰাক-নিৰ্বাচনী মিত্ৰতাৰ কথা ঘোষণা কৰে। আনহাতে বিজেপিৰ কেন্দ্ৰীয় কমিটিয়ে অহা ২৭ জানুৱাৰিত হ’ব লগীয়া ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ বাবে দলৰ ২০ জন সদস্যৰ তালিকা ঘোষণা কৰিছে।

এন ডি পি পিৰ নেতা তথা লোকসভাৰ সাংসদ নেইফিউ ৰিঅ’ আৰু নাগালেণ্ড বিজেপিৰ সভাপতি ভিছাছ’লি লৌংগু, এন ডি পি পিৰ সাধাৰণ সম্পাদক ৰুছেমটং লংকুমাৰ আৰু নাগালেণ্ড বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ আহ্বায়ক ড০ এম চুবা আওৱে কয় যে বিজেপি আৰু এন ডি পি পিয়ে আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাক নিৰ্বাচনী মিত্ৰতাত উপনীত হৈছে। ইয়াৰ বাবে দুয়োটা দলৰ মাজত আসনৰ বিতৰণো হৈছে। এই বুজাবুজি চুক্তি মৰ্মে ৬০ জনীয়া বিধানসভা নিৰ্বাচনত এন ডি পি পিয়ে ৪০খন আসনত আৰু বিজেপিয়ে ২০ খন আসনত প্ৰাৰ্থী দিব।

Apply Now

আনহাতে জানিব পৰামতে বিজেপিয়ে এগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিছে। তেওঁৰ নাম হ’ল ৰাখিলা আৰু তেওঁ টুৱেনচাং সদৰ ২ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ যোৱা বিধানসভা নিৰ্বাচনতো বিজেপিৰ টিকটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল।

শনিবাৰে ঘোষিত বিজেপিৰ প্ৰাৰ্থীসকলৰ সদস্যসকলৰ নাম আৰু তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া সমষ্টিবোৰ হ’ল : Tovihoto Ayemi (1 A/C Dimapur 1), N Jacob Zhimomi (4 A/C Ghaspani 1), Dr Sukhato A Sema (13 A/C Pughoboto), Kevechutso (I7 A/C Chizami), Dr Longriniken (29 A/C Jangpetkong), lmna Along (30 A/C Alongtaki), Kazheto (31 A/C Akuluto), KL Chishi (32 A/C Atoizu), Kehovi (33 A/C Suruhoto), Y Patton (37 A/C Tyui),  Dr TM Lotha (38 A/C Wokha),  Mmhonlumo Kikon (40 A/C Bhandari), P Paiwang Konyak (41 A/C Tizit), C Kawang Konyak (45 A/C Tehok), Pangyu Phom (50 A/C Longleng), Imtilemba (52 A/C Longkhim Chare), Rakhila (54 A/C Tuensang Sadar II), Haiying (56 A/C Noklak), Kashiho Sangtam (59 A/C Seyochung Sitimi) আৰু Yankiu Yimchunger (60 A/C Pungro).

উল্লেখযোগ্য যে বিজেপি-এন ডি পি পিৰ মিত্ৰতা শাসনাধিষ্ঠিত এন পি এফৰ বাবে এটা বিপৰ্য্যয়ৰ দৰে গণ্য কৰিব পাৰি। কিয়নো এন পি এফেও গেৰুৱা দলটোৰ সৈতে মিত্ৰতাৰ চেষ্টা কৰি আছিল। বিজেপিয়েও কিছু দিনৰ আগলৈকে দলটোৰ সৈতে মিত্ৰতাৰ ইংগিত দি আছিল।

আনকি নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে কিছু দিনৰ আগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পিছত দল দুটাৰ মিত্ৰতা আৰু আসন ভাগ বটোৱাৰাৰ সম্ভাৱনাৰ কথা ৰাজহুৱা কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd