• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডত চলি থকা পে’ট্রল পাম্পবিলাকৰ অনিৰ্দিষ্টকালীন বন্ধ প্ৰত্যাহাৰ : অপহৃতৰ নিৰাপদ মুক্তি দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2018 7:13 pm
Petrol
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডত পে’ট্রল পাম্পবিলাকে গ্ৰহণ কৰা অনিৰ্দিষ্টকালীন বন্ধ আজি প্ৰত্যাহাৰ কৰা হৈছে। ফলত উপভোক্তাই সন্মুখীন হৈ থকা অসুবিধাৰ অন্ত পৰিছে।

উল্লেখযোগ্য যে ২২ এপ্ৰিলত টুৱেনচাং জিলাৰ নতুন হেলিপঙৰ পৰা অপহৃত এখন তেলৰ টেংকাৰৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক মুকলি কৰি দিয়াৰ বাবে ধাৰ্য্য কৰি দিয়া চৰমসীমা উকলি যোৱা বাবে ৩০ এপ্ৰিলত এই বন্ধৰ আহ্বান জনোৱা হৈছিল। অপহৰণকাৰী আৰু কৰ্তৃপক্ষ উভয়ে অপহৃতকেইজনৰ তথ্য দিয়াত আৰু নিৰাপদ মুক্তি নিশ্চিত কৰাত ব্যৰ্থ হৈছিল।

Apply Now

ইয়াৰ প্ৰতিবাদত কহিমা পেট্ৰলিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যন, ডিমাপুৰ পেট্ৰলিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যন, নাগালেণ্ড টেংকাৰ ট্ৰেন্সপ’ৰ্ট এছ’চিয়েশ্যন আৰু অইল টেংকাৰ ড্ৰাইভাৰ য়ুনিয়ন- এই চাৰিটা সংগঠনে পেট্ৰেলপাম্পবোৰ বন্ধৰ আহ্বান জনাইছিল। আজি উক্ত সংগঠনকেইটাই নাগালেণ্ডৰ আয়ুক্ত ছেণ্টিয়াংগাৰ সৈতে তেওঁৰ কাৰ্য্যালয়ত হোৱা বৈঠকত বন্ধটো উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ বাবে সহমতত উপনীত হোৱা বুলি চহী কৰাৰ লগতে তেওঁলোকে বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত পেট্ৰল পাম্পবোৰ খোলাৰ বাবে সন্মত হয়।

উল্লেখযোগ্য যে পেট্ৰেলপাম্পবোৰ বন্ধ ৰখাৰ ফলত শ শ গাড়ী তেলৰ বাবে ডিমাপুৰৰ পৰা দাঁতিকাষৰীয়া অসমৰ অঞ্চললৈ ঢাপলি মেলিছিল।

আনহাতে পেট্ৰল পাম্পবোৰ বন্ধ ৰখাৰ সিদ্ধান্ত প্ৰত্যাহৰ কৰিলেও বহুকেইটা সংগঠনে অপহৃত ড্ৰাইভাৰ আৰু হেণ্ডিমেন ক্ৰমে তুলাৰাম বুঢ়াগোহাঁই আৰু আডমান চুৰিনৰ নিৰাপদ মুক্তিৰ দাবী কৰিছে।

পলিটিকেল এফেয়াৰ্ছ কমিটি (PAC) অব নাগালেণ্ডে সোমবাৰে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত মিলিত হৈ অপহৃত নিৰীহ লোক দুজনক মানৱতাৰ খাতিৰত মুকলি কৰি দিবলৈ অপহৰণকাৰীসকলক আহ্বান জনাবলৈ সৰ্বসন্মতভাৱে সিদ্ধান্ত লয়। আনহাতে মুখ্য সচিব আৰু PAC ৰ সদস্য টেমজেন টয়ে কয় যে চৰকাৰী ব্যৱস্থাটোৱে অপহৃতকেইজনৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ বাবে সম্ভাব্য সকলো প্ৰচেষ্টা চলাই আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm
উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm
উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd