• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডৰ উপ-নিৰ্বাচনৰ ৩০৯টা ভোট কেন্দ্ৰৰ বাবে ভোটগ্ৰহণৰ সময় সালসলনি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 5:49 pm
Nagaland_Bypoll
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৮ মে’ত নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে হ’ব লগীয়া উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময় ৯খন জিলাৰ ৩০৯টা ভোট কেন্দ্ৰৰ বাবে সালসলনি কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগৰ এটা সূত্ৰই এই কথা জানিবলৈ দিছে। সূত্ৰটোৰ মতে, ৰাজ্যখনৰ পেৰেন জিলাৰ ২২টা, ফেক জিলাৰ ১৩টা, মোককচাং জিলাৰ ৪০টা, জুনহেব’ট’ৰ টা, ওখা জিলাৰ ৭৮টা, মন জিলাৰ ৯৩টা, লংলেং জিলাৰ ১৩টা, টুৱেনচাং জিলাৰ ২৩টা আৰু কিফিৰ জিলাৰ ২৪টা ভোটকেন্দ্ৰৰ ভোটগ্ৰহণৰ সময় পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ কৰা হৈছে। ইয়াৰ পূৰ্বে এইবোৰত ভোটগ্ৰহণৰ সময় পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ধাৰ্য্য কৰা হৈছিল। আন সকলো ভোটকেন্দ্ৰৰ ভোটগ্ৰহণৰ সময় অপৰিৱৰ্তিত থাকিব।

নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱামতে, ৰাজ্যখনৰ ৬০টা বিধানসভা সমষ্টিৰ মুঠ ২১৯৪টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ সম্পাদন হ’ব।

Apply Now

নিৰ্বাচন আয়োগে এই ভোটকেন্দ্ৰবোৰলৈ ভোটগ্ৰহণত জড়িত দল আৰু বিষয়া-কৰ্মচাৰীসকলক দুদিন পূৰ্বেই যাত্ৰা কৰিবলৈ নিৰ্দেশ দিছে।

আজি জাৰি কৰা এখন জাননীৰ দ্বাৰা নাগালেণ্ডৰ আয়ুক্ত আৰু উপ-নিৰ্বাচনটোৰ নিৰ্বাচনী বিষয়া মতছুথাং পেটনে এই কথা নিৰ্বাচনত অৱতীৰ্ণ হোৱা দল দুটাক জনাইছে।

লগতে নিৰ্বাচন আয়োগে ৯-কহিমা নগৰ বিধানসভাৰ অধীনৰ ৩৬ নং এগ্ৰি/ইলেকট্ৰিকেল কলনি-২ৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণৰ স্থান ইলেকট্ৰিকেল হাইডেল ষ্ট’ৰৰ পৰা জি এম এছ ফৰেষ্ট কলনিলৈ স্থানান্তৰত অনুমতি দিয়ে।

জানিব পৰামতে, উপ-নিৰ্বাচনটোৰ বাবে ব্যয় নিৰীক্ষক ছেৱাং থাৰচিনে ওখা জিলাখন ভ্ৰমণ কৰে আৰু জিলাখনৰ ব্যয় নিয়ন্ত্ৰকৰ দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ বুজ লয়।

এই বৈঠকৰ সময়ত থাৰচিনে নিৰ্বাচনী ব্যয় সম্পৰ্কীয় তথ্য সঠিকভাৱে ৰখাৰ ক্ষেত্ৰত ব্যয় নিয়ন্ত্ৰকৰ দলটোৰ ভূমিকাৰ কথা ব্যাখ্যা কৰে আৰু দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সফল কৰি তোলাত তেওঁলোককে চকু আৰু কাণ বুলি কয়।

সমন্বয় সভাখনত ফ্লায়িং স্কোৱাডৰ দল, ভিডিঅ’ ছাৰ্ভিলেন্স, ভিডিঅ’ ভিউয়িং, হিচাপ ৰক্ষণ, সমন্বয় বিষয়া আৰু মিডিয়া চাৰ্টিফিকেইশ্যন আৰু মণিটৰিং কমিটীৰ সদস্যসকল উপস্থিত আছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd