• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডৰ প্ৰথমখন কেবিনেট বৈঠকে শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে ভোটদাতাসকলক ধন্যবাদ জনায়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2018 1:33 pm
nagaland-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত নেইফিউ ৰিঅ’ মন্ত্ৰীসভাই শপতগ্ৰহণ কৰাৰ পিছত নাগালেণ্ড কেবিনেটৰ বৃহস্পতিবাৰে প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকৰ আৰম্ভণিতে নতুন কেবিনেটে নেশ্যনেল ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট (এনডিপিপি-বিজেপি)ৰ প্ৰতি বিশ্বাস ৰাখি ভোটদানৰ জৰিয়তে শাসন ক্ষমতা প্ৰদান কৰাৰ বাবে নাগালেণ্ডৰ ভোটদাতাসকলৰ লগতে ৰাজ্যখনৰ নাগৰিকসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

Apply Now

কেবিনেটে লগতে গীৰ্জা, নাগৰিক সমাজ, ট্ৰাইবেল হহোৰ লগতে বেচৰকাৰী সংস্থাসমূহৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত তেওঁলোকৰ ‘’ইতিবাচক বৰঙণি’’ ৰ ভূমিকাৰ বাবেও প্ৰশংসা কৰা হয়।

কেবিনেটে ভাৰতৰ নিৰ্বাচন আয়োগ, ৰাজ্যখনৰ নিৰ্বাচন বিভাগ, প্ৰশাসন আৰু ৰাজ্যিক আৰক্ষী বাহিনী আৰু আইন বলবৎকাৰী সংস্থাসমূহক সফলতাৰে নিৰ্বাচনটো অনুষ্ঠিত কৰাৰ বাবে অভিনন্দন জনোৱা হয়।

পিডিএ চৰকাৰখনে লগতে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক নিৰ্বাচনৰ তিক্ততা পাহৰি ‘নাগালেণ্ডৰ জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত আৰু স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে’ একতা ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

কেবিনেটে জনসাধাৰণক আশ্বাস দিয়ে যে চলি থকা শান্তি প্ৰক্ৰিয়াটোত ই মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিব যাতে জনসাধাৰণে  ‘সন্মানজনক, সাৰ্বজনীক আৰু গ্ৰহণযোগ্য’ সমাধান এটা যিমান পাৰি সোনকালে লাভ কৰিবলৈ সক্ষম হয়।

পিডিএ চৰকাৰে আলোচনাত অংশগ্ৰহণ নকৰা অন্যান্য নাগা জনগোষ্ঠীৰ গোটসমূহকো বৰ্তমান চলি থকা ৰাজনৈতিক আলোচনাত ভাগ ল’বলৈ আহ্বান জনায়।

কেবিনেটে লগতে ভাল প্ৰশাসন আগবঢ়োৱাৰ বাবে স্বচ্ছতা আৰু এক বুদ্ধিদীপ্ত সংস্কৃতি বিকাশৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এক গুৰুত্বপূৰ্ণ কেবিনেট সিদ্ধান্ত অনুসৰি সকলো চৰকাৰী বিভাগ তথা চৰকাৰী প্ৰতিষ্ঠানতে ইয়াৰ ৱেবছাইট, ইন্টাৰনেট প’ৰ্টেল আৰু ছচিয়েল মিডিয়া একাউন্ট থাকিব লাগিব।

কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে অহা ১০০ দিনৰ ভিতৰত সকলো চৰকাৰী সঞ্চালকালয় আৰু সচিবালয়তে আধাৰ ভিত্তিক বায়’মেট্ৰিক উপস্থিতি ব্যৱস্থা সামৰি লোৱা হ’ব।

একেধৰণৰ উপস্থিতিৰ ব্যৱস্থা জিলা কাৰ্যালয়সমূহতো প্ৰৱৰ্তন কৰা হ’ব।

কেবিনেটে লগতে ভিআইপি সংস্কৃতি ত্যাগ কৰি এইক্ষেত্ৰত কিছু নতুন নিয়মাৱলী প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

নাগালেণ্ডৰ বাবে নতুন ক্ৰীড়া নীতি অহা ১০০ দিনৰ ভিতৰত ঘোষণা কৰাৰ লগতে কোহিমাৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামখন নাগালেণ্ডৰ প্ৰথমগৰাকী অলিম্পিয়ান টি আওৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেটে অহা ৬০ দিনৰ ভিতৰত ৰাজ্যৰ ৰাজধানীখন, বাণিজ্যিক চহৰ ডিমাপুৰ আৰু জিলা সদৰসমূহৰ বাট পথসমূহ মেৰামতি কৰা তথা নিৰ্মাণৰ বাবে সিদ্ধান্ত লোৱা হয়।

কেবিনেটে লগতে অহা ছয় মাহৰ ভিতৰত বিমান এম্বুলেন্স সেৱাকে ধৰি ভিতৰুৱা অঞ্চললৈ বিমান সেৱা সংযোগৰ এক নতুন অসামৰিক পৰিবহন নীতি প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে এখন কমিটি গঠন কৰা হ’ব আৰু কমিটিয়ে দুমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd