• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডৰ প্ৰাক নিৰ্বাচনী হিংসাক গৰিহণা ব্যপ্তিষ্ট চাৰ্চ কাউঞ্চিলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2018 12:49 pm
nagaland-elections
119
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৭ ফেব্ৰুৱাৰিৰ নিশা টুলি বিধানসভা সমষ্টিৰ মুককচাঙত সংঘটিত প্ৰাক নিৰ্বাচনী হিংসাক তীব্ৰ ভাষাৰে গৰিহণা দিছে  নাগালেণ্ড ব্যপ্তিষ্ট চাৰ্চ কাউঞ্চিল চমুকৈ এনবিচিচি আৰু নাগালেণ্ড ষ্টেট কমিছন ফৰ ৱমেন চমুকৈ এনএছচিডব্লিঅ’-এ।

সংস্থা দুটাই লগতে উক্ত ঘটনাৰ লগত জড়িত সংশ্লিষ্ট সকলো পক্ষৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে ঊৰ্ধ্বতম কৰ্তপক্ষক।

অভিযোগ অনুসৰি উক্ত নিশা কেইজনমান উদণ্ড যুৱকে মুককচাঙৰ গাঁৱখনৰ তিনিগৰাকী মহিলাক এগৰাকী প্ৰাৰ্থীক সমৰ্থন কৰাৰ বাবে শাৰীৰিকভাৱে অপদস্থ কৰিছিল।ঘটনাটোৱে পাহাৰীয়া জিলাখনত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

সংস্থা দুটাই এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰি কয় যে এনে ধৰণৰ কাৰ্যই ৰাজ্যখনত নিৰ্বাচনৰ বৈধতা সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে।সেয়েহে সকলো ৰাজনৈতিক দল সংগঠনক শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰক্ৰিয়াটোত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে সংস্থা দুটাই।

আনহাতে অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া নাগালেণ্ড বিধানসভা নিৰ্বাচন যাতে শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয় তাৰ বাবে সংশ্লিষ্ট পক্ষক ব্যৱস্থা গ্ৰহণৰো আহ্বান জনায় সংস্থা দুটাই।

উল্লেখ্য যে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতৰ ফলত ৰাজ্যখনৰ জনসাধাৰণৰ মাজত আতংকৰ পৰিস্থিতি দেখা গৈছে। সেয়েহে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগক উপযুক্ত ভূমিকা গ্ৰহণৰো আহ্বান জনাইছে একাংশ দল সংগঠনে।

Recent News

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd