• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপত ল’ব ৰিঅ’ই : এনপিপিৰ সমৰ্থন প্ৰত্যাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2018 9:03 pm
Neiphiu-Rio-files-nomination-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেইফিউ ৰিঅ’ নেতৃত্বাধীন পীপলছ ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰখনে বৃহস্পতিবাৰে কোহিমাৰ স্থানীয় খেল পথাৰত অনুষ্ঠিত এক অনুষ্ঠানত শপত গ্ৰহণ কৰিব। তেওঁ নাগা পীপলছ ফ্ৰন্ট (এনপিএফ) নেতৃত্বাধীন ডেম’ক্ৰেটিক এলায়েন্স অফ নাগালেণ্ড (ডি এ এন))ৰ মুখ্যমন্ত্ৰী হিচাপে ২০০৩ চনৰ পৰা একেৰাহে তিনিটা কাৰ্যকালত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাইছিল।

তেওঁ ২০১৪ চনত মুখ্যমন্ত্ৰী পদ খালি কৰি লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। সদ্য সমাপ্ত নাগালেণ্ড বিধানসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পিছত সাংসদ পদৰ পৰা পদত্যাগ কৰে।

Apply Now

জেডিইউৰ একমাত্ৰ সদস্যগৰাকীৰ আৰু এগৰাকী নিৰ্দলীয় বিধায়কৰ সমৰ্থনেৰে ৬০ জনীয়া বিধানসভাত মিত্ৰজোঁটটোৰ সদস্য সংখ্যা হৈছে ৩২ গৰাকী। বিজেপিৰ ১২ গৰাকী আৰু ইয়াৰ সহযোগী এনডিপিপিৰ ১৮ গৰাকী সদস্য আছে। ৩ মাৰ্চত ফলাফল ঘোষণা হোৱাৰ পিছত এনডিপিপি আৰু বিজেপিয়ে পিডিএ গঠন কৰে।

অৱশ্যে, নতুন চৰকাৰে শপত গ্ৰহণ কৰিবলৈ ওলেৱাৰ এই মুহূৰ্ততে পিডিএৰ বাবে এটা ডাঙৰ আঘাত হ’ল নেশ্যনেল পীপলছ পাৰ্টি (এনপিপি)য়ে মঙলবাৰে এনডিপিপি-বিজেপি মিত্ৰজোঁটক সমৰ্থন জনাই পত্ৰ দিয়াৰ পিছত বুধবাৰে এই সমৰ্থন প্ৰত্যাহাৰ কৰিছে। সদ্য সমাপ্ত নাগালেণ্ডৰ নিৰ্বাচনত এনপিপিয়ে দুখন আসন লাভ কৰিছিল।

বুধবাৰে সচিবালয়ৰ শীৰ্ষ বিষয়াসকলৰ এখন সভাত ভাষণ দি নাগালেণ্ডৰ ভাৰপ্ৰাপ্ত মুখ্য সচিব টেমজেন টয়ে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, আন কেন্দ্ৰীয় মন্ত্ৰী আৰু চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল ৰাজহুৱা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব।

তেওঁ লগতে জনায় যে সকলো বিভাগৰে মুৰব্বী আৰু অতিৰিক্ত মুৰব্বী বিষয়াসকল শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব।

টি আৰ জেলিয়াঙে মঙলবাৰে আবেলি তেওঁৰ মন্ত্ৰীসভাৰ সৈতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।

‘’বিজেপিয়ে এনপিএফৰ লগত মিত্ৰতা ত্যাগ কৰাৰ কথা জানিব পাৰি মই মোৰ দ্বাৰা গঠিত মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ দাখিল কৰিলো আৰু তাৎক্ষণিকভাৱে ইয়াক গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো,’’- নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যক দাখিল কৰা পদত্যাগ পত্ৰত জেলিয়াঙে কয়।

যোৱা ৫ মাৰ্চত কোহিমাত অনুষ্ঠিত এখন বৈঠকত এনডিপিপিয়ে ঐক্যমতেৰে ৰিঅ’ক এনডিপিপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছিল।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd