• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰৰ হাতীঘুলিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
May 26, 2018 8:33 pm
Protest against citizenship bill
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰাৰ দাবীত হাতীঘুলি আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত তথা হাতীঘুলি অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ সহযোগত আজি শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আজি  দিনৰ ১১:৩০ বজাত শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণৰ পৰা খনামুখ- হাতীঘুলি পথেৰে আহি পুনৰ শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সামৰণি পৰা উক্ত সমদলটোত অঞ্চলটোৰ শতাধিক ৰাইজ আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Apply Now

প্ৰতিবাদকাৰী সকলে ‘নৰেন্দ্ৰ মোদী হায় হায়’, ‘কেন্দ্ৰীয় চৰকাৰ হায় হায়’, ‘জাতি ধবংসী নাগৰিক সংশোধনী  বিধেয়ক, ২০১৬ বাতিল কৰক’, ‘অসম চৰকাৰ হায় হায়’, ‘জাতীয় নায়ক সবৰ্বানন্দ সোণোৱাল হায় হায়’, ‘অবৈধ বাংলাদেশী বহিস্কৰণৰ বাবে ভাৰত-বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি  সম্পাদন কৰক’, ‘খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰক’ আদি বিভিন্ন শ্লোগানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে।

হাতীঘুলি আঞ্চলিক  ছাত্ৰ সন্থাৰ সম্পাদক জীৱনজ্যোতি চুতীয়াই আঁত ধৰা  অনুস্থানটোত খনামুখ  আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি তথা খনামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন হাজৰিকা, হাতীঘুলি নাগৰিক মঞ্চৰ সভাপতি কুলধৰ বৰা হাতীঘুলী গাঁও পঞ্চায়তৰ সভাপতি প্ৰফুল্ল গগৈ, অঞ্চলটোৰ বয়োজ্যেষ্ঠ নাগৰিক চেনীৰাম নাথ, ডিম্বেশ্বৰ বড়া, ধনীৰাম দত্ত, ৰঞ্জিত আৰন্ধৰা, হিমেন নাথ, আপকুৰ জিলা সমিতিৰ  সভাপতি পদুম কুমাৰ শইকীয়া, কেন্দ্ৰীয় সমিতিৰ সদস্য নয়নমণি বৰুৱা, গৌৰীসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাজীৱ দত্ত, নৱজ্যোতি ওজা, হাতীঘুলি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা পুলিন নেওগ, জ্যোতিপ্ৰসাদ নাথ, নীলমণি গগৈ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জীৱনজ্যোতি চুতীয়া, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক  সম্পাদক দেবব্ৰত দাস, হাতীঘুলি  আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা গোবিন ফুকন, ভাস্কৰ নাথ, মানস প্ৰতীম নাথ আদি কৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকি  নাগৰিক সংশোধনী বিধেয়ক খনৰ বিৰোধিতা কৰি বক্তব্য প্ৰদান কৰে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd