• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক : ‘শংখনাদ’ নহয়, সৎসাহস দেখুৱাই চৰকাৰ এৰক অগপই, আহ্বান প্ৰদ্যুৎ বৰদলৈৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 28, 2018 6:56 pm
Congress leader Pradyut Bordoloi addressing media people at rajib bhawan, Guwahati on 28-06-18.pix by ub photos
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিত্ৰ দল বিজেপিয়ে উত্থাপন কৰা নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি শংখনাদেৰে অসমৰ মানুহক বুৰ্বক বনাবলৈ চেষ্টা কৰাৰ সলনি চৰকাৰৰ পৰা পদত্যাগ কৰি সৎ সাহস দেখুৱাবলৈ অগপ নেতৃত্বক আজি ২৮ জুনত আহ্বান জনাইছে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে।

‘অগপই এফালে বিজেপিৰ লগত মিলি ক্ষমতাৰ সোৱাদ ল’বলৈ সকলোবিলাক কাম কৰি আহিছে। আনফালে অসমৰ মানুহক তেওঁলোকে কৈ আছে তেওঁলোকে হেনো নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰে। বিজেপিয়ে অসমৰ মানুহক বুৰ্বক বনাবলৈ ভুৱা প্ৰতিশ্ৰুতি দিয়ে, ঠিক তেনেকৈ অগপয়ো অসমৰ মানুহক বুৰ্বক বনাবলৈ শংখনাদ কাৰ্যসূচী লৈছে,’ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য।

Apply Now

অগপৰ স্থিতিতকৈ ‘দুমুখীয়া আৰু ভণ্ডামিৰ উদাহৰণ আৰু থাকিবই নোৱাৰে’ বুলি সমালোচনা কৰি তেওঁ ‘যদি এয়া নীতিৰ যুদ্ধ হয়, তেতিয়াহ’লে সৎসাহস দেখুৱাই অগপ নেতৃত্বক চৰকাৰৰ পৰা পদত্যাগ কৰাৰ বাবে’ আহ্বান জনায়।

ডিব্ৰুগড়ত অগপই আয়োজন কৰা শংখনাদ কাৰ্য্যসূচীত কংগ্ৰেছ দলক দুমুখীয়া স্থিতি লোৱা বুলি কৰা সমালোচনাৰো বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেলত প্ৰত্যুত্তৰ দিয়ে প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতিজনে।

‘নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত ব্ৰহ্মপুত্ৰ-বৰাকেই নহয়, সমগ্ৰ ভাৰততে কংগ্ৰেছৰ এটাই স্থিতি’ বুলি মন্তব্য কৰি বৰদলৈয়ে কয় ‘অসম চুক্তি কংগ্ৰেছৰ বাবে ‘বাইবেল’ আৰু ‘দিগদৰ্শন’। অসম চুক্তিৰ উলংঘা কৰি অসমীয়াত্বক ধ্বংস কৰিব পৰা নাগৰিকত্ব বিধেয়ক কংগ্ৰেছে কেতিয়াও মানি নলয়।’

অগপৰ মন্ত্ৰী আৰু নেতাকেইজনমানে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক দিল্লীত সাক্ষাৎ কৰি ‘বাধ্য ছাত্ৰৰ দৰে মূৰ জোকাৰি জোকাৰি অনুস্ফূত স্বৰত কিবা কিবি ক’লে, কি ক’লে কোনেও শুনা নাপালে’ বুলিও অগপ নেতৃত্বক তীৰ্য্যক সমালোচনা কৰে বৰদলৈয়ে। ‘তেওঁলোকে অসমৰ মানুহক দেখুৱাই শেনটো হৈ দিল্লীলৈ গৈ ফেঁচাটো হৈ ঘুৰি আহিল,’ ক’লে প্ৰদ্যুৎ বৰদলৈয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd