• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কলৈ সত্ৰ মহাসভাৰ ‘সমৰ্থন’ : কোনে কি ক’লে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 20, 2018 11:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদান কৰিবৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে অনা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ক অসম সত্ৰ মহাসভাই সমৰ্থন কৰাক লৈ ৰাজ্যত ব্যাপক বিতৰ্ক হৈ থকাৰ মাজতে আজি ২০ এপ্ৰিলত বিষয়টোত বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে নিজৰ মতামত প্ৰকাশ কৰিছে। আনহাতে বিধেয়কখন সমৰ্থন সম্পৰ্কত মহাসভাই কোনো সিদ্ধান্ত লোৱা নাই বুলি স্পষ্ট কৰি দি কেন্দ্ৰীয় সমিতিয়ে সমগ্ৰ বিষয়টো আলোচনা কৰাৰ বাবে কাইলৈ ২১ এপ্ৰিলত গুৱাহাটীত কৰ্ণধাৰ সমিতিৰ বৈঠক আহ্বান কৰিছে।

আজি কোনে কি ক’লে ‘সত্ৰ মহাসভা’ সম্পৰ্কে?

Apply Now

ডঃ হীৰেন গোহাঁই, বিশিষ্ট বুদ্ধিজীৱী :  সত্ৰ মহাসভাৰ বক্তব্য বুলি এই দুজনে গৈ সমিতিৰ আগত সাক্ষ্য দিলে, আনুষ্ঠানিকভাৱে। যদি সত্ৰ মহাসভাৰ মানুহে এইটো বেয়া পাইছে, এইটো তেওঁলোকে বিৰোধিতা কৰে, তেনে তেওঁলোকে কাৰ্য্যনিৰ্বাহকৰ সভা পাতি এটা প্ৰস্তাৱ লওক আৰু কওক যে তেওঁলোক দুজনে যি সাক্ষ্য দিছিল সেইটো আমাৰ বক্তব্য নহয়।

বিজয়া চক্ৰৱৰ্তী, সাংসদ, বিজেপি : সত্ৰ মহাসভাই যি মন্তব্য কৰিছে সেয়া ভাবি-চিন্তিয়েই কৰিছে। সত্ৰ মহাসভাতো দুই এজন বিজেপিৰ মানুহ আছে। ময়ো সত্ৰ মহাসভাৰ সৈতে জড়িত এগৰাকী আজীৱন সদস্য। কিন্তু সেইবুলিয়েই সত্ৰ মহাসভাৰ গোটেইখিনি মানুহেই যে বিজেপিক সমৰ্থন কৰে সেইটো কথা নহয়।

১৯৭১ চনৰ বাংলাদেশত হোৱা যুদ্ধৰ সময়ত বহুতো বাংলাদেশীক ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেম্প কৰি ৰখা হৈছিল। প্ৰায় ১০ লাখ বাংলাদেশীক সেই সময়ত অসমত আশ্ৰয় দিয়া হৈছিল। সেইবিলাকৰ এজনো ঘূৰি নগ’ল। সেইসকলৰ বিৰুদ্ধে হ’লে কোনেও এষাৰ মাত মতা নাই। এই ১০ লাখ বাংলাদেশীৰ বাবে অসমৰ জনসংখ্যাৰ ভাৰসাম্য নোহোৱা হৈছে।

আমাৰ হাতত থকা তথ্য মতে ১০ হাজাৰ হিন্দু বাংলাদেশী ১৯৭১ চনৰ পিছত অসমলৈ আহিছিল।

অখিল গগৈ, নেতা, কৃষক মুক্তি সংগ্ৰাম সমিতি :  যদি সত্ৰ মহাসভাৰ সকলোখিনি সদস্য সাময়িকভাবে এই চক্ৰান্তৰ সৈতে জৰিত নাই, তেন্তে কুসুম কুমাৰ মহন্তই প্ৰদান কৰা স্মাৰক পত্ৰখন তেওঁলোকে ৰাজহুৱা কৰক। লগতে তেওঁলোকে স্মাৰক পত্ৰখন দিয়াৰ বাবে অসমবাসীৰ ওচৰত ৰাজহুৱা ক্ষমা-প্ৰাৰ্থনা খুজিব লাগে যাতে জাতি-ধ্বংশী অভিযানৰ সৈতে সত্ৰ মহাসভা জৰিত নহয়, সেই কথাটো প্ৰমাণিত হয়। সেইখনৰ ঠাইত নতুনকৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰি সেইখন ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিব লাগে।

এই সত্ৰাধিকাৰ বিলাকে যেতিয়া আৰ এছ এছৰ মুৰব্বীৰ পৰা পাঠ লৈ আছিল তেতিয়াই যে অসমীয়া জাতিলৈ অশনি সংকেত নামি আহিছিল এই কথা প্ৰমাণিত হৈছিল। হিন্দু বাংলাদেশী সংস্থাপনৰ দৰে জাতিধ্বংসী কামৰ বিৰুদ্ধে যে একাংশ সত্ৰাধিকাৰ থিয় দিছে এইটো সমগ্ৰ অসমবাসীৰ বাবে এটা সুখৰ খবৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd