• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মিজোৰাম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ মিজো ছাত্ৰ সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 4:23 pm
MZP_logo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ উত্তৰ-পূবতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা চলি থকাৰ মাজতে মিজোৰামত এই বিধেয়কখনৰ বিৰোধিতাত হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিলে ৰাজ্যখনৰ প্ৰধান ছাত্ৰ সংগঠন মিজো ছাত্ৰ সন্থা (Mizo Zirlai Pawl)ই। ছাত্ৰ সংগঠনটোৱে ২১ মে’ত বিধেয়কখনৰ বিৰোধিতাত অৱস্থান ধৰ্মঘট পালন কৰে। উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত ভাষণ দি ছাত্ৰ সংগঠনটোৰ সভাপতি এল ৰামদিনলিয়ানা ৰেনথলেই (L. Ramdinliana Renthle) কয় যে এই বিধেয়কখনে মিজোসকলৰ ওপৰত জনগাঁথনিগত প্ৰভাৱ পেলাব। বিলখনক তেওঁ বিপজ্জনক আখ্যা দি কয় যে মিজোৰামত প্ৰতিৱেশী ৰাষ্ট্ৰৰ পৰা অহা বহু সংখ্যক অবৈধ বিদেশী আছে। এই বিধেয়কখন যদি গ্ৰহণ কৰা হয়, তেন্তে এই বিদেশীসকলে মিজোসকলৰ ওপৰত ব্যাপক কুপ্ৰভাৱ পেলাব। নিজৰ ভাষণতে নেতাজনে কয় যে এই ক্ষেত্ৰত মিজোৰামৰ মতামতক অগ্ৰাহ্য কৰিলে সংগঠনটোৱে হাতত পুনৰ অস্ত্ৰ তুলি ল’ব।

উল্লেখযোগ্য যে ১৯৬৬ চনত ৰাজ্যখনত (তেতিয়া ই অসমৰ এখন জিলা হিচাপে আছিল) বিচ্ছিন্নতাবাদী সশস্ত্ৰ আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল, য’ত ভাৰতীয় সেনাই বিদ্ৰোহ দমন কৰিবলৈ বায়ু সেনা বাহিনীও নিয়োগ কৰিছিল।

Apply Now

আনহাতে ছাত্ৰ সংগঠনটোৰ সভাপতিজনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বিষয়ত যুটীয়া সংসদীয় কমিটীয়ে দেশৰ দল-সংগঠন, জনতাৰ মত লৈ ফুৰা সত্ত্বেও মিজোৰামক উপেক্ষা কৰাতো ক্ষোভ উজাৰে। তেওঁ কয় যে মিজোৰামৰ প্ৰায়বোৰ ৰাজনৈতিক দলেই নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতাৰে স্মাৰক পত্ৰ দিওঁতে যুটীয়া সংসদীয় কমিটীক ৰাজ্যখন ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছিল যদিও এই আহ্বানক কোনো গুৰুত্ব দিয়া দেখা নগ’ল। অসম, মেঘালয় ভ্ৰমণ কৰি যোৱা সত্ত্বেও মিজোৰাম ভ্ৰমণ নকৰিলে কমিটীয়ে। “মিজোৰাম কি ভাৰতৰ অংগ নহয় নেকি?” এইবুলি প্ৰশ্ন কৰে নেতাজনে।

কেন্দ্ৰই যদি মিজোৰামক উপেক্ষা কৰে তেন্তে হাতত অস্ত্ৰ তুলি লোৱাৰ বাদে গতি নাথাকিব বুলি কয় ৰেনথলেই।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ প্ৰধান প্ৰধান ছাত্ৰ সংগঠনৰ উমৈহতীয়া মঞ্চ নেছ’ বা নৰ্থ-ইষ্ট ষ্টুডেণ্টছ অ’ৰ্গেনাইজেইশ্যনৰ অধীনত এই বিধেয়কখনৰ বিৰোধিতা গোটেই ৰাজ্যকেইখনতে অব্যাহত আছে। ত্ৰিপুৰাতো তিপৰা ষ্টুডেণ্টছ ফেডাৰেইশ্যনে ব্যাপক প্ৰতিবাদ অব্যাহত ৰাখিছে। সংগঠনটোৰ নেতা সুনীল দেববৰ্মাই কয় যে অনুপ্ৰৱেশৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছে ত্ৰিপুৰা। ইয়াত অনুপ্ৰৱেশকাৰীয়ে খিলঞ্জীয়া লোকক প্ৰায় নিশ্চিহ্ন কৰি পেলাইছে। বিধেয়কখনে পৰিস্থিতি অধিক গুৰুতৰ কৰি তুলিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd