• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰীৰ বিৰুদ্ধে অপৰাধ : মঙলদৈ আৰু গোলাঘাটত প্ৰতিবাদী শোভাযাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2018 8:03 pm
Protest_Women

নাৰীৰ বিৰুদ্ধে অপৰাধ বৃদ্ধিৰ প্ৰতিবাদত মঙলদৈত প্ৰতিবাদ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈৰ পৰা ময়ূখ গোস্বামী

ৰাজ্যখনত ক্ৰমবৰ্ধিত নাৰীজনিত অপৰাধৰ বিৰুদ্ধে মঙলদৈত আজি প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিল মহিলা। বিভিন্ন স্থানীয় মহিলা সংগঠনৰ সদস্যা, ছাত্ৰী সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানৰ সদস্যা আদিৰে গঠিত এটা দলে আজি ভেবাৰঘাট পাব্লিক বাছ ষ্টেণ্ডৰ পৰা প্ৰতিবাদী সমদল উলিয়ায়?

Apply Now

বিভিন্ন শ্ল’গান দি আৰু প্লেকাৰ্ড প্ৰদৰ্শন কৰি সমদলটো মঙলদৈ চহৰৰ ৰাজপথেৰে আগ বঢ়া দেখা গ’ল। প্ৰতিবাদটোত স্থানীয় স্বেচ্ছাসেৱী সংগঠন ভেবাৰঘাট মহিলা মঞ্চ, মঙলদৈ মহিলা কল্যাণ সমাজ, মঙলদৈ গাৰ্লছ কলেজ ষ্টুডেণ্ট য়ুনিয়ন, হীৰাপাৰা সৰস্বতী মহিলা সমবায় সমিতি, ক্ৰিষ্টেল ভিজন আদিয়ে অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবী তোলে। সমদলৰ পিছতে প্ৰতিবাদকাৰীসকলে ইয়াৰে বিষ্ণু মন্দিৰ প্ৰাংগণত এখন সভাৰোও আয়োজন কৰে। সভাখনত বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিয়ে নিজৰ নিজৰ বক্তব্য দাঙি ধৰে।

নাৰীৰ বিৰুদ্ধে অপৰাধৰ সৈতে সম্পৰ্ক থকা বিভিন্ন দিশৰ আলোচনা কৰাৰ লগতে এইবোৰ ৰোধ কৰিবলৈ সজাগ হোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও বক্তব্য দাঙি ধৰে বহুকেইগৰাকী বক্তাই। সভাৰ শেষত প্ৰতিবাদকাৰীসকলে দৰং জিলাৰ উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

স্মাৰকপত্ৰত তেওঁলোকে অন্যান্য দাবীৰ লগতে মঙলদৈত এনে অপৰাধৰ বিচাৰৰ বাবে এখন ফাষ্ট ট্ৰেক আদালত স্থাপন কৰিবলৈও দাবী জনায়। লগতে ভুক্তভোগী মহিলাৰ সহায়ৰ বাবে ৱান ষ্টপ চেণ্টাৰ স্থাপন, মহিলা আৰক্ষী থানা স্থাপন, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু জিলা সুৰক্ষা বিষয়াৰ খালী পদ পূৰণৰো দাবী তোলে।

গোলাঘাটৰ পৰা এন ই নাওৰ প্ৰতিবেদন

আনহাতে আজি গোলাঘাট চহৰতো নাৰীজনিত অপৰাধ বৃদ্ধিৰ প্ৰতিবাদত সমদল উলিয়ায় স্থানীয় ৰাইজে। প্ৰতিবাদী সমদলটো গোলাঘাট জেনেৰেল ফিল্ডৰ পৰা আৰম্ভ কৰা হৈছিল। প্ৰতিবাদী সমদলটো বাহিৰ কৰাৰ আগ মুহূৰ্তত শিক্ষাবিদ দীনেশ গগৈ, অধ্যাপিকা ড০ দিপালী বৰা, জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীকে ধৰি কেইবাজনো গণ্য-মান্য ব্যক্তিয়ে নিজৰ বক্তব্য দাঙি ধৰে।

সমদলৰ শেষত প্ৰতিবাদকাৰীসকলে কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে। লগতে ইয়াৰ প্ৰতিলিপি দিল্লীস্থ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে।।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd