• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি বাণেশ্বৰ বসুমতাৰীৰ নামত স্থাপন কৰিব মহাবিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2018 10:34 am
হাগ্ৰামা মহিলাৰী
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, বড়ো সাহিত্যসভাৰ ৰোমান লিপি আন্দোলনৰ সময়ৰ প্ৰতিষ্ঠাপক সম্পাদক, সাহিত্যিক, সমাজকৰ্মী, শিক্ষক বাণেশ্বৰ বসুমতাৰীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ বুধবাৰে আয়োজন কৰা হয়। ৰাজহুৱা আদ্যশ্ৰাদ্ধখন জিলাখনৰ ককলাবাৰীত বিভিন্ন ৰাজনৈতিক নেতৃবৃন্দ, বিভিন্ন ছাত্ৰ-যুৱ আৰু মহিলা সংগঠনৰ নেতৃবৃন্দ তথা সৰ্বসাধাৰণ ৰাইজৰ উপস্থিতিত সম্পন্ন কৰে। এই অনুষ্ঠআনতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ককিলাবাৰী ফাৰ্মত স্থাপন হ’বলগীয়া অসম কৃষি, বন আৰু জৈৱ-বৈচিত্ৰ মহাবিদ্যালয়খন বানেশ্বৰ বসুমতাৰীৰ নামত স্থাপন কৰাৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পুৱা স্মৃতি তৰ্পণস্থলীৰ দ্বাৰ উদঘাটন কৰাৰ পাছতে বাথৌ আৰ’জৰ সুৰ আৰু খাম-চিফুঙৰ মাংগলিক ধ্বনিৰ মাজেৰে বানেশ্বৰ বসুমতাৰীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। আৰু ইয়াৰ পিছতে দল-সংগঠনৰ নেতৃবৃন্দ তথা স্থানীয় লোকে প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে।

Apply Now

ইয়াৰ পিছতে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। আদ্যশ্ৰাদ্ধ উদযাপন সমিতিৰ সভাপতি বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে আদৰণী ভাষণ আগবঢ়োৱাৰ পাছতে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে স্মৃতিগ্ৰন্থ ‘আগদাৰি’ উন্মোচন কৰে। এই স্মৃতিচাৰণ সভাতে মহিলাৰীয়ে মহাবিদ্যালয়খন বিশিষ্ট সাহিত্যিক বানেশ্বৰ বসুমতাৰীৰ নামত স্থাপন কৰিব বুলি জনায়।

বুধবাৰে অনুষ্ঠিত হোৱা সভাত সাংসদ ইউ জি ব্ৰহ্ম, সদৌ বাথৌ মহাসভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰূপনাথ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়ো, সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী বিভাৰাণী ব্ৰহ্ম, প্ৰাক্তন সাংসদ চানচুমা খুংগুৰ বিছমুতিয়াৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক চন্দন ব্ৰহ্ম, বিধায়ক মহেশ্বৰ বসুমতাৰী, মনেশ্বৰ বড়ো, ই এম অনচুমৈ খংগুৰ বড়ো, এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী, বাথৌ মহাসভাৰ সভাপতি বসন্ত স্বৰ্গীয়াৰী, বড়ো ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰী অঞ্জলী দৈমাৰী আদি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd