• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিচা মুক্ত ত্ৰিপুৰা গঢ়াৰ বাবে যুৱ প্ৰজন্মই সঠিক ৰূপত ব্যৱহাৰ কৰক ছ’চিয়েল মিডিয়া : বিপ্লব কুমাৰ দেব

পিনাকী দাস by পিনাকী দাস
September 7, 2018 10:08 am
biplab-nss-570x320
122
VIEWS
Share on FacebookShare on Twitter

বিপ্লব কুমাৰ দেব নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনক নিচাজাতীয় সামগ্ৰীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱা দেখা গৈছে। সেয়ে বিগত কিছু দিনৰ পৰা আৰক্ষী প্ৰশাসনে ইয়াৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি সফলতা অৰ্জন কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে নিচাজাতীয় সামগ্ৰী সেৱনৰ পৰা যুৱ প্ৰজন্মক মুক্ত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক আৰু অধিক সুফল প্ৰদান কৰাৰ উদ্দেশ্যে ছ’চিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰৰ জৰিয়তে চৰকাৰক সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াবলৈ ৰাজ্যখনৰ যুৱ প্ৰজন্মক আহ্বান জনাই মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে।

বুধবাৰে আগৰতলা টাউন হলত দুদিনীয়াকৈ আয়োজন কৰা পঞ্চম বাৰ্ষিক নেশ্যনেল ছ’চিয়েল চাৰ্ভিছ স্বেচ্ছাসেৱক সমাৱেশৰ শুভ উদ্বোধন অনুষ্ঠানত মুখ্য মন্ত্ৰী বিপ্লব দেব উপস্থিত থাকি ভাষণ প্ৰসংগত এই কথা উল্লেখ কৰে।

যুৱ প্ৰজন্ম তথা স্বেচ্ছাসেৱকসকলে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে আয়োজিত অভিনন্দন অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীয়ে নিচা মুক্ত ত্ৰিপুৰা গঢ়াৰ বাবে চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনায়।

মুখ্য মন্ত্ৰী দেবে কয়, ‘ঋণাত্মক আৰু ধ্বংসাত্মক কাৰ্যকলাপৰ বিপৰীতে এখন নিচা মুক্ত ৰাজ্য গঢ়াৰ বাবেহে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা উচিত। যদিহে ত্ৰিপুৰাৰ যুৱ প্ৰজন্মই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে তেন্তে আমি শীঘ্ৰে এই ক্ষেত্ৰত সফলতা লাভ কৰিম’।

ইয়াৰ উপৰি ড্ৰাগছ সৰবৰাহ সম্পৰ্কে যদি কোনোবাই তথ্য লাভ কৰে তেন্তে কোনো ভয় নোহোৱাকৈ ১০০ নম্বৰৰত আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈও মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

আনহাতে ত্ৰিপুৰাৰ উন্নয়নৰ বাবে মুখ্য মন্ত্ৰীগৰাকী বদ্ধ পৰিকৰ বুলিও উক্ত অনুষ্ঠানতে উল্লেখ কৰে।

বুধবাৰৰ এই অনুষ্ঠানত মুখ্য মন্ত্ৰী দেবৰ উপৰি ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী মনোজ কান্তি দেবৰ লগতে বহুতো শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd