• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিপা ভাইৰাছ : বিজ্ঞানীৰ প্ৰতিবেদনক লৈ ধুবুৰীত চাঞ্চল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2018 7:40 am
nipah_2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান আতংকৰ সৃষ্টি কৰা নিপা ভাইৰাছক কেন্দ্ৰ কৰি ধুবুৰীত তীব্ৰ চাঞ্চল্যৰ সূচনা হৈছে। ইণ্ডিয়ান জাৰ্নেল অব মেডিকেল ৰিচাৰ্ছৰ অলপতে প্ৰকাশ পোৱা সংস্কৰণত নিপা ভাইৰাছৰ প্ৰাকৃতিক ভঁৰাল বুলি অসমৰ ধুবুৰীৰ নাম উল্লেখ কৰা হৈছে। এই প্ৰতিবেদন প্ৰকাশৰ পিছতে জিলাখনত আতংকৰ সৃষ্টি হৈছে।

পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ বিজ্ঞানীসকলে তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য মতে অলপতে অসমৰ ধুবুৰী আৰু পশ্চিমবংগৰ বন বিভাগৰ অনুমতি মৰ্মে পুনেৰ বিজ্ঞানীসকলে ধুবুৰী আৰু পশ্চিম বংগৰ কোচবিহাৰ-জলপাইগুৰিৰ বিভিন্ন অঞ্চলৰ পৰা মুঠ ১০৭ টা ফলাহাৰী বাদুলী সংগ্ৰহ কৰি পৰীক্ষা কৰে।

Apply Now

ধুবুৰীৰ ৬০ টা, কোচবিহাৰৰ ৩৯ টা আৰু জলপাইগুৰিৰ ৮ টা বাদুলী সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ পিছত ৯ টা বাদুলীৰ শৰীৰত নিপা ভাইৰাছৰ নমুনা লাভ কৰে বিজ্ঞানীসকলে।

ইণ্ডিয়ান জাৰ্নেল অব মেডিকেল ৰিচাৰ্ছৰ মাহেকীয়া সংস্কৰণত এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত অসমৰ বিভিন্ন সংবাদ মাধ্যমত এই বাতৰি প্ৰাকশ পাইছে। ইয়াৰ পিছতেই ধুবুৰীত জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হোৱাৰ লগতে এক আতংকময় পৰিৱেশৰো সূচনা হয়।

আনহাতে, পুনেৰ নেশ্যনেল ইনষ্টিটিউট অব ভাইৰ’লজিৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা প্ৰতিবেদন সম্পৰ্কত ধুবুৰী জিলাৰ বন বিভাগ তথা স্বাস্থ্য বিভাগৰ হাতত কোনো তথ্য নাই।

বন বিভাগৰ বিষয়াই জনোৱা মতে ২০১৫ চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে পুনেৰ নেশ্যনেল ইনষ্টিটিউট অব ভাইৰ’লজিৰ বিজ্ঞানীসকলে ধুবুৰীত বাহৰ পাতি জিলাখনৰ ধুবুৰী, ধৰ্মশালা আৰু পাগলাহাটৰ বিভিন্ন অঞ্চলৰ পৰা বাদুলী সংগ্ৰহ কৰি লেবেৰটৰীত পৰীক্ষা-নিৰীক্ষা কৰিছিল। সেইবাৰ পৰীক্ষাত তেনে ভাইৰাছৰ কোনো নমুনা পোৱা নাছিল বুলি বিজ্ঞানীসকলে বন বিভাগক জনাইছিল।

কিন্তু ইয়াৰ কিছুদিন পিছত ডিচেম্বৰ-জানুৱাৰী মাহত পুনৰ পূৰ্বৰ বিজ্ঞানীসকলৰ দল এটা ধুবুৰীত উপস্থিত হৈ পৰীক্ষা-নিৰীক্ষা চলাই উভতি যায়। নিপা ভাইৰাছৰ নমুনা লাভ কৰাৰ কোনো তথ্য তেওঁলোকে তেতিয়া প্ৰকাশ কৰা নাছিল।

সি যি কি নহওক, পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজিৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা প্ৰতিবেদনৰ বাতৰিয়ে ধুবুৰী জিলাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে আৰু মাৰাত্মক নিপা ভাইৰাছৰ আতংকৰ সূচনা হৈছে। চৰকাৰে এইক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ লগতে সৰ্বসাধাৰণক আশ্বস্ত কৰাৰ প্ৰয়োজন আহি পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd