• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নির্বাচনৰ আগেয়ে সমাধান’ক লৈ নাগাসকলৰ মাজত ঘটা বিভাজন স্পষ্ট হৈ পৰিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2018 6:42 pm
A deserted street in Dimapur on Thursday.(1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নিৰ্বাচনৰ আগেয়ে নিষ্পত্তি’ ক লৈ নাগাসকলৰ মাজত ঐক্যমত নোহোৱাৰ কথাটো বৃহস্পতিবাৰে স্পষ্ট হৈ পৰিল। আনকি আগতে সম্পূৰ্ণ বন্ধ হৈ পৰা ডিমাপুৰ চহৰত আজি বন্ধৰ সমৰ্থনত এজন স্বেচ্ছাসেৱক বা ৰাইজৰ কোনো লোক ওলাই অহা দেখা নগ’ল। এইটোৱে বন্ধৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন নোহোৱাৰ কথাটোকে সূচাইছে।

ৰাজ্যখনৰ ভিতৰত তিনিখন জিলা ক্ৰমে পেৰেন, ঝুনেবুটো আৰু মোককচুঙতহে মাত্ৰ বন্ধৰ প্ৰভাৱ পৰিছিল। এই জিলা কেইখনত বন্ধৰ সময়ত কোনো অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই।

Apply Now

ইয়াৰ মাজতে ডিমাপুৰ নাগা কাউন্সিলৰ সভাপতি টি বাংগাৰলবাই বন্ধটো সফল আৰু বিশেষত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ এই বন্ধটোক বিশেষত্বপূৰ্ণ বুলি কোৱাৰ কাৰণ হিচাপে কয় যে বন্ধটোত কোনো স্বেচ্ছাসেৱকে বলপূৰ্বকভাৱে বন্ধ কৰাৰ চেষ্টা কৰা নাই আৰু সফল এই কাৰণে যে বন্ধটো সকলো সমস্যাৰে মুল সমস্যা নাগা ৰাজনৈতিক সমস্যাৰ সমৰ্থনত আহ্বান দিয়া হৈছিল।

নাগা কাউন্সিলে বুধবাৰে এক বিবৃতিযোগে ইয়াৰ অন্তৰ্গত সংগঠনসমূহক কমেও ১০০ অংশগ্ৰহণকাৰী লৈ ডিমাপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে ১ বজাত প্ৰদৰ্শনৰ বাবে উপস্থিত হ’বলৈ আহ্বান জনাইছিল যদিও আয়োজকক বিপাঙত পেলাই কোনো এজন সদস্যই উপস্থিত নাথাকিল।

নাগা কাউন্সিলৰ সভাপতি গৰাকীয়ে কয় যে এয়া তেওঁলোকৰ সিদ্ধান্ত নহয় কিন্তু বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে জাৰি কৰা জাননীৰ বিৰুদ্ধে ৰাজ্যজুৰি বন্ধ পালনৰ বাবে যোৱা ২৯ জানুৱাৰীত নাগালেণ্ড ট্ৰাইবেল হ’হোছ আৰু নাগৰিক সংগঠনসমূহৰ কৰ্ণধাৰ সমিতিয়ে লোৱা সিদ্ধান্ত আছিল। সমিতিয়ে নাগা সমস্যাটোৰ সমাধান নিৰ্বাচনৰ আগতে কৰাৰ দাবী কৰিছিল আৰু তেতিয়ালৈকে নিৰ্বাচন পিছুওৱাৰ পোষকতা কৰিছিল।

কোনো প্ৰাৰ্থীয়ে যদি মনোনয়ন দাখিল কৰে তেতিয়াহ’লে তেওঁলোকে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে সোধাত বাংগাৰলবাই কয় যে সংগঠনসমূহে দুই এদিনতে একেলগে বহি এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব।

বিভিন্ন অজুহাত প্ৰদৰ্শন কৰি আংগামী পাব্লিক অ’ৰ্গেনাইজেশ্যন, ইষ্টাৰ্ণ নাগালেণ্ড পীপুলছ অ’ৰ্গেনাইজেশ্যন, লোথা হহো আৰু চাখেচাং পাব্লিক অ’ৰ্গেনাইজেশ্যনে বুধবাৰে বন্ধৰ সমৰ্থন নকৰে বুলি সিদ্ধান্ত প্ৰকাশ কৰিছিল।

আংগামী পাব্লিক অ’ৰ্গেনাইজেশ্যনে এখন বৈঠক অনুষ্ঠিত কৰাৰ পিছত এক বিবৃতিত তেওঁলোকৰ সিদ্ধান্ত প্ৰকাশ কৰি কৈছিল যে তেওঁলোকে কোনো ব্যক্তিক মনোনয়ন দাখিল কৰাৰ ক্ষেত্ৰত বাধাও নিদিয়ে বা সমৰ্থনো নকৰে আৰু লগতে আগন্তুক নিৰ্বাচন বৰ্জন নকৰে। সেয়েহে আংগামী অধ্যুষিত অঞ্চলত কোনো বন্ধৰ অনুমতি দিয়া নহয় বুলি তেওঁলোকে কৈছিল। তেওঁলোকে লগতে ৰাইজক বন্ধত অংশ গ্ৰহণ নকৰিবলৈয়ো আহ্বান জনাইছিল।

অৱশ্যে আংগামী যুৱ সংগঠনে বন্ধৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আগবঢ়াইছিল।

অন্যান্য সংগঠনৰ লগতে লোথা হ’হোয়ো বন্ধৰ প্ৰতি সমৰ্থন নজোনোৱাৰ কথা ব্যক্ত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd