• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নিষ্পত্তি নোহোৱা ‘প্ৰতীকাত্মক বিষয়’সমূহে দীৰ্ঘস্থায়ী কৰিছে নাগা সমস্যা : নেইফিউ ৰিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2018 7:07 pm
rio
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালণ্ডৰ মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’ই মঙলবাৰে সদৰি কৰিছে যে কিছুমান ‘প্ৰতীকাত্মক বিষয়’ৰ নিষ্পত্তি নোহোৱা বাবে আলোচনা হৈ থকা স্বত্তেও  বিগত ২৩ বছৰ ধৰি নাগাসকলৰ ৰাজনৈতিক সমস্যাসমূহ সমাধানত  তথা শান্তি প্ৰক্ৰিয়াত বিলম্ব হৈ গৈ আছে।

ৰিঅ’ই অৱশ্যে  আশা প্ৰকাশ কৰিছে যে সোনকালে বা পলমকৈ এই বিষয়সমূহৰ নিষ্পত্তি হ’ব। তেওঁ নাগাসকলৰ ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।  কোহিমাৰ সচিবালয়ৰ আলোচনাকক্ষত অনুষ্ঠিত এখন আলোচনাচক্ৰত মুখ্য মন্ত্ৰীগৰাকীয়ে বিভাগসমূহৰ প্ৰশাসনীয় মুৰব্বী আৰু বিভাগীয় মুৰব্বীসকলক সম্বোধন কৰি তেওঁ এইদৰে কয়।

Apply Now

তেওঁ আৰু জনাইছে যে শান্তি আৰু অহিংসাৰ কেন্দ্ৰ এটা সৃষ্টি কৰা হ’ব আৰু ইয়াৰ মুৰব্বীৰ দায়িত্বত থাকিব ব্যক্তিবাদ, গোষ্ঠীপ্ৰীতিবাদৰ উৰ্ধত থাকি নাগা মানসিকতাৰে কাম কৰি যাব পৰা এজন দ্বেষ-দ্বিধাহীন বুদ্ধিজীৱি।

ৰিঅ’ই আৰু আশ্বাস প্ৰদান কৰে যে বৰ্তমান চলি থকা ৰাজনৈতিক প্ৰক্ৰিয়াটোক পি ডি এ চৰকাৰে সহায় কৰাৰ লগতে সক্ৰিয় সা-সুবিধা প্ৰদান কৰিব।

তেওঁ আৰু কয় যে বহুতো আশা আৰু প্ৰতিশ্ৰুতি লৈ পি ডি এ চৰকাৰ ক্ষমতালৈ আহিছে আৰু বিভাগীয় প্ৰশাশনিক মুৰব্বী আৰু বিভাগীয় মুৰব্বীসকলৰ সহায় সহযোগ অবিহনে এয়া পূৰণ কৰাটো অসম্ভৱ।

তেওঁ আৰু কয় যে তেওঁৰ চৰকাৰ নাগৰিকসকলৰ জীৱন ধীৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত দায়বদ্ধ। তেওঁ নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতি আৰু দায়বদ্ধতাক সম্পূৰ্ণ কাৰ বাবে কৰ্ম সংস্কৃতি গঢ়ি তোলা, সময়ানুৱৰ্তিতা বজাই ৰখা, দায়বদ্ধভাৱে আৰু যথাৰ্থভাৱে কাম কৰি যোৱাৰ প্ৰয়োজনৰ ওপৰত জোৰ দিয়ে। ‘আমি আমাক সেৱা কৰা নহয়, আমি সামুহিকভাৱে জনসাধাৰণৰ সেৱা কৰিব লাগিব।‘ মুখ্য মন্ত্ৰী ৰিঅ’ই কয়।

৯১সংখ্যক সংশোধনমতে সংসদীয় সচিবৰ পদ সীমাবদ্ধ কৰা আৰু কমোৱা আৰু অফিচ অব প্ৰফিটৰ প্ৰশ্নৰ উতত্ৰত ৰিঅ’ই কয় যে বিভিন্ন বিভাগৰ উপদেষ্টাসকলক আইনজ্ঞসকলৰ সৈতে যথোচিত পৰামৰ্শ কৰাৰ পাছতহে নিয়োগ কৰা হৈছে। মেধা, দক্ষতা আৰু অভিজ্ঞতাই এটা বিভাগলৈ অৱদান আগবঢ়ায়। উপদেষ্টাসকলৰ সৈতে সংশ্লিষ্ট বিভাগসমূহক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি তেওঁ আশা প্ৰকাশ কৰে।

সু-প্ৰশাসনৰ বিষয়ত তেওঁ কয় যে প্ৰত্যেকোট বিভাগে এটা লক্ষ্য স্থিৰ কৰি লৈ তাক এটা প্ৰত্যাহ্বন হিচাপে ধৰি লৈ আগবাঢ়িব লাগে।

ৰিঅ’ই সকলো চৰকাৰী কৰ্মচাৰীকে তেওঁলোকৰ সেৱাসমূহক আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰি একাধিক নিয়োজনৰ পৰা আঁতৰি থকাৰ বাবে আহ্বান জনায়।

ভি আই পি সংস্কৃতি আঁতৰ কৰাৰ বিষয়ত আনন্দ প্ৰকাশ কৰি তেওঁ কয় যে গীৰ্জা আৰু অসামৰিক সেৱাৰ বিষয়াসকলৰ উপৰিও  নিৰ্বাচিত প্ৰতিনিধি আৰু চৰকাৰী বিষয়াসকলে এই বিষয়ত চৰকাৰক সহযোগিতা কৰিছে।

বাট-পথ মেৰামতি কৰাৰ বিষয়ত ৰিঅ’ই কয় যে কোহিমা আৰু ডিমাপুৰৰ পথসমূহ তাৎক্ষণিকভাৱে মেৰামতি কৰাৰ বাবে ইতিমধ্য ৫০ কোটি টকা মোকোলাই দিয়া হৈছে। সংশ্লিষ্ট বিভাগসমূহক কামৰ গুণগত মান ৰক্ষা কৰাৰ বাবে নিৰ্দেশ দি তেওঁ কয় যে কামৰ গুণগত মান নিম্নমানৰ হ’লে যিকোনো ব্যক্তিয়ে ইয়াৰ বিৰুদ্ধে অভিযোগ কৰিব পাৰিব।

এই আলোচনাচক্ৰত উপ মুখ্য মন্ত্ৰী ৱাই পাটনেও ভাষণ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd