• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

নিৰ্বাচন অভিমুখী মেঘালয়লৈ কেন্দ্ৰৰ পৰ্য্যটন মন্ত্ৰ্যালয়ৰ ৭০ কোটি টকাৰ প্ৰকল্প উপহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2018 4:43 pm
alphons
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন অভিমুখী মেঘালয়লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰ্য্যটন মন্ত্ৰ্যালয়ৰ পৰা ৭০ কোটি টকাৰ প্ৰকল্পৰ উপহাৰ আগ বঢ়োৱা হৈছে। এই উপহাৰ টোপোলা আগ বঢ়াই কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰী আলফনছ জোছেফে মেঘালয়ত কালি স্বদেশ দৰ্শন আঁচনিৰ অধীনত এই প্ৰকল্পবোৰ লোৱা হৈছে বুলি কয়। এই প্ৰকল্পবোৰ কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰ্যালয়ে নিয়োগ কৰা এটা কনছালটেণ্ট গোটে প্ৰস্তুত কৰা বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে। ৰাজ্যখনৰ মুঠ ৪৮টা ধৰ্মীয় স্থানক এই আঁচনিখনৰ অধীনত সামৰি লোৱা হৈছে। এইবোৰৰ ভিতৰত থকা প্ৰধান স্থানবোৰ হ’ল লাইতুমখ্ৰাহৰ কেথলিক কেথেড্ৰেল গীৰ্জা, নাৰ্টিয়াং দুৰ্গা মন্দিৰ আৰু নাৰ্টিয়াং একশিলা (monoliths) ক্ষেত্ৰ, জাইৱা প্ৰেছবাইটেৰিয়ান গীৰ্জা, গাৰো পাহাৰৰ বালুপাড়া বেপ্টিষ্ট কনভেনশ্যন চেণ্টাৰ, লবন গ্লাছ মচজিদ, গুৰুদ্বাৰা চাহিবৰ লগতে অন্যান্য গীৰ্জা, মন্দিৰ, দেৱালয় আছে।

আনহাতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ পৰা এনে উপহাৰ ঘোষণা কৰাটোত ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্য আছে নেকি বুলি কৰা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীজনে সেই অভিযোগ নাকচ কৰি কয় যে এইটো এটা অবিৰত প্ৰক্ৰিয়া। সাংবাদিকৰ আগত মন্ত্ৰীজনে কয়, ‘আমি উপাসনা স্থানবিলাকৰ আন্তঃগাঁথনি উন্নত কৰি এইবোৰৰ সৈতে জড়িত থকা ধৰ্মীয় পৰ্য্যটনৰ বিকাশ সাধন কৰিব বিচাৰিছো। সমগ্ৰ দেশতে মুঠ ১.৬ বিলিয়ন লোকে বিভিন্ন ধৰ্মীয় স্থানবোৰ পৰিদৰ্শন কৰিছে।’

Apply Now

তেওঁ মেঘালয় চৰকাৰে এজনো বিষয়াক এই প্ৰকল্পবোৰৰ উপস্থাপন কৰা যোৱা ৫ ডিচেম্বৰৰ কাৰ্য্যসূচীলৈ প্ৰেৰণ নকৰাত আশ্চৰ্য্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰশ্ন কৰি কৈছে, ‘ৰাজ্য চৰকাৰখনে কিয় এই প্ৰকল্পবোৰৰ বিৰোধ কৰিছে আমি নাজানো। তেওঁলোকে এইবোৰ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব বাবে ইয়াৰ টকা হজম কৰিবলৈ নাপায় গতিকেই এনে কৰিছে নেকি?’

উল্লেখযোগ্য যে মেঘালয়ৰ চলিত বিধানসভাৰ কাৰ্য্যকাল অহা ৬ মাৰ্চত অন্ত পৰিব। আৰু সেই বাবে ফেব্ৰুৱাৰি-মাৰ্চৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। নিৰ্বাচন সমাগত ৰাজ্যখনত শেহতীয়াকৈ কেন্দ্ৰত শাসনত থকা বিজেপিৰ সক্ৰিয়তা লক্ষণীয়ভাৱে বৃদ্ধি পোৱা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd