• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

নিৰ্বাচন উপলক্ষে ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত চোকা নজৰ ৰাখিব সীমান্ত সুৰক্ষা বাহিনীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2018 4:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ২০১৮ চনৰ ত্ৰিপুৰা বিধান সভা নিৰ্বাচন উপলক্ষে ভাৰত-বাংলাদেশৰ ৮৫৬ কলোমিটাৰ দৈৰ্ঘ্যৰ ত্ৰিপুৰাৰ সীমান্ত অঞ্চলত সীমান্ত সুৰক্ষা বাহিনীক চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে। বাংলাদেশৰ পৰা বেআইনী কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দ্যশ্যে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে।

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰণিকান্তৰ উদ্যোগত সীমান্ত সুৰক্ষা বাহিনীৰ এটা আগশাৰীৰ দলৰ লগত বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

‘কিছু দিন পূৰ্বে সীমান্ত সুৰক্ষা বাহিনীৰ আই জিৰ সৈতে হোৱা আলোচনাত সকলোবোৰ ভোট কেন্দ্ৰ আৰু সীমান্তৰ গতি বিধি জি পি এছ পদ্ধতিত নিৰীক্ষণ কৰিব বুলি সিদ্ধান্ত লোৱা হয়। আৰু অতি শীঘ্ৰে এই ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰা হ’ব’। আগৰতলাত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে তৰণিকান্তই।

কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনী আয়োগৰ প্ৰয়োজন সাপেক্ষে সুৰক্ষা বাহিনী মোতায়েন কৰাৰ বাবে সন্মতি প্ৰদান কৰিছে আৰু ৰাজ্যত অতি শীঘ্ৰে কেন্দ্ৰীয় পেৰামিলিটেৰী বাহিনী মোতায়েন কৰা হ’ব বুলি মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰণিকান্তই জনায়। তেওঁ লগতে কয় যে সীমান্ত অঞ্চলত থকা তথা বাহিৰত থকা ভাৰতীয় লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়।

বিষয়া জনে কোৱা অনুসৰি ত্ৰিপুৰা নিৰ্বাচনৰ বাবে ৩১৭০টা ভোট কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু ভোটকেন্দ্ৰ সমূহৰ দুৰত্ব অধিক হোৱা বাবে কেন্দ্ৰ সমূহ সম্প্ৰসাৰণ কৰাৰ বাবে অধিক চিন্তা চৰ্চা চলোৱা হৈছে। ভোটাৰসকলৰ সুবিধাৰ্থে তথা কেন্দ্ৰ সমূহৰ দূৰত্ব কমোৱাৰ উদ্দ্যশ্যে আৰু ৪৪টা ভোটকেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছো। গোটেই বিষয়টো চালি জাৰি চোৱাৰ পিছত সিদ্ধান্ত লোৱা হৈছে যে ইটো ভোটকেন্দ্ৰৰ পৰা আনটো ভোটকেন্দ্ৰৰ মাজৰ দূৰত্ব হ’ব ৩.৫ কি.মি। তাৎপৰ্যপূৰ্ণ যে এতিয়া ত্ৰিপুৰা বিধান সভা নিৰ্বাচনত সৰ্বমুঠ ৩২১৪টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব বুলি বিষয়াজনে উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd