• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নীপকো আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ অসম অ’ বি চি ছাত্ৰ সন্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2018 5:13 pm
123
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ বানাক্ৰান্ত অঞ্চললৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ১০০ কোটি টকা ধাৰ্য কৰিছে যদিও বৰ্তমানলৈকে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ৰাজহুৱা নকৰাত সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি ক্ষোভিত হৈ পৰিছে।

উল্লেখযোগ্য যে সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাৰ সভাপতি অজিত বৰাই নৰ্থ ইষ্ট নাওৰ আগত কয় যে চৰকাৰে ১০০ কোটি টকা ধাৰ্য কৰা সত্ত্বেও গোলাঘাট জিলাৰ বানত বুৰ যোৱা ১৬০ খন গাঁৱৰ ৰাইজে চাউল, দাইল, তেল আৰু কেন্দেলৰ বাহিৰে আজিলৈকে আন কোনো ধৰণৰ সাহায্য লাভ কৰা নাই।

লগতে সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাই নীপকোৰ অধ্যক্ষক আটক কৰাৰ নামত গোলাঘাট জিলা প্ৰশাসনে নাটক কৰা বুলি অভিযোগ উত্থাপন কৰি অনাগত দিনত এনে কাৰ্যৰ পৰা দূৰত থকাৰ হুংকাৰ প্ৰদান কৰে বুলি নৰ্থ ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।

ইফালে গোলাঘাট জিলাৰ বানত আক্ৰান্ত সকলে বানত সৰ্বহাৰা হৈ গৃহহীন হৈ পৰিছে। আনহাতে বৰ্তমানলৈকে অঞ্চলটোত ৪ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৩ গৰাকী লোকক বিষাক্ত সৰ্পই দংশন কৰিছে।

আনহাতে ছাত্ৰ সংগঠনটোৱে বানাক্ৰান্ত প্ৰতিটো পৰিয়ালক নীপকোৰ ফালৰ পৰা ক্ষতিপূৰণ হিচাপে ২-৫ লাখকৈ টকা দিয়াৰ বাবেও দাবী উত্থাপন কৰে। অন্যথা ইয়াৰ ফল ৰাজ্য চৰকাৰখনে ভুগিব লাগিব বুলি ছাত্ৰ সংগঠনটোৱে হুংকাৰ প্ৰদান কৰে।

Recent News

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd