• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2025 7:56 am
129
VIEWS
Share on FacebookShare on Twitter

পেহেলগাম আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে চলোৱা অপাৰেচন সিন্দূৰ সফলতাৰ পিছতে ৰজনৈতিক মহলত চলিছে সৰৱ চৰ্চা। শেহতীয়া কৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ জয়ৰাম ৰমেশে বুধবাৰে বিজেপিৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে ২৫ মে’ত, অপাৰেচন সিন্দুৰ আৰু পাকিস্তানৰ আগ্ৰাসনৰ বিৰুদ্ধে ভাৰতৰ সফল প্ৰতিক্ৰিয়াৰ বিষয়ে আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব। কংগ্ৰেছৰ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে, এইটো যদি ৰাজনীতিকৰণ নহয়, তেন্তে কি? কৰ্ণাটক, পশ্চিম বংগ, তামিলনাডু, তেলেংগানা, হিমাচল প্ৰদেশ, পঞ্জাব আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীসকলৰ কি দোষ? কংগ্ৰেছে কেতিয়াও জাতীয় নিৰাপত্তাৰ বিষয়ক ৰাজনীতিকৰণ কৰা নাই। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুতৰ প্ৰশ্নৰ উত্তৰ এৰাই চলিছে আৰু সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ নকৰি কেৱল এন ডি এ নেতাসকলৰ সৈতে সাক্ষাৎ কৰিছে।

জয়ৰাম ৰমেশে ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক ব্যৱস্থা আৰু যুদ্ধবিৰতি চুক্তিৰ মধ্যস্থতাৰ বাবে আমেৰিকাৰ নেতাসকলৰ মন্তব্যৰ প্ৰতি চৰকাৰৰ মৌনতাৰো সমালোচনা কৰি কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ কথা কিয় ক’লে? আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰুবিঅ’ই দাবী কৰিছে যে তেওঁলোকৰ হস্তক্ষেপৰ বাবেই এই সংঘাত বন্ধ হৈছে। কিন্তু প্ৰধানমন্ত্ৰী মোদী আৰু বিদেশ মন্ত্ৰী ড° জয়শংকৰে এই বিষয়ত মুখ খোলা নাই। তেওঁ লগতে কয় বাৰে বাৰে প্ৰশ্ন কৰা হৈছে, কিন্তু কোনো উত্তৰ পোৱা নাই। কংগ্ৰেছে ঘোষণা কৰিছে যে তেওঁলোকে ১০-১৫খন ৰাজ্যত ‘জয় হিন্দ’ ৰেলীৰ আয়োজন কৰি চৰকাৰৰ পৰা এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিব। ৰাহুল গান্ধীয়ে ১৬ মে’ত এই ৰেলীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ মৌনতাৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিব বুলি সদৰী কৰিছে।

লগতে কংগ্ৰেছে সশস্ত্ৰ বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাক সম্পূৰ্ণ সমৰ্থন জনায় বুলি উল্লেখ কৰি ৰমেশে কয়, তেওঁলোক সেনাবাহিনীৰ পিছফালে শিলৰ দৰে থিয় দি আছে। পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিটো কাৰ্যক সমৰ্থন কৰি আহিছে। কংগ্ৰেছে সৰ্বদলীয় বৈঠকৰ দাবী জনাইছিল, কিন্তু দুখন বৈঠকৰ  এখনতো প্ৰধানমন্ত্ৰী মোদী উপস্থিত নাছিল বুলি উল্লেখ কৰিছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে পেহেলগাম আক্ৰমণৰ বিষয়ে আলোচনাৰ বাবে সংসদৰ বিশেষ অধিৱেশনৰ দাবীত পত্ৰ প্ৰেৰণ কৰিছে বুলি সদৰী কৰিছে।

Recent News

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd