• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

ন্যায্য প্ৰাপ্তিৰ দাবীত সোমবাৰৰ পৰা মেঘালয়ৰ শিক্ষকসকলৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2018 8:37 am
Conrad-K-Sangma-266x200

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰৰ পৰা মেঘালয়ৰ শিক্ষকসকলে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব প্ৰতিবাদ। দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ শিক্ষকসকলে চৰকাৰৰ ওচৰত দৰমহা সংশোধনী কাৰ্যকৰী কৰাৰ বাবে দাবী জনাই আহিছিল যদিও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈয়ে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মেঘালয়ৰ দুটা শিক্ষক সংগঠন ক্ৰমে খাচি জয়ন্তীয়া ডেফিছিত স্কুল টিচাৰ্ছ এছ’চিয়েশ্যন আৰু গাৰো হিলছ ডেফিছিত স্কুল টিচাৰ্ছ এণ্ড এম্প্ল’য়িজ এছ’চিয়েশ্যনে যুটীয়াভাৱে প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Apply Now

খাচি জয়ন্তীয়া ডেফিছিত স্কুল টিচাৰ্ছ এছ’চিয়েশ্যনৰ সভাপতি এ ডি নংছিয়াঙে সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে সোমবাৰ আৰু মঙলবাৰে হাতত কলা কাপোৰ পৰিধান কৰি প্ৰতিবাদৰ আৰম্ভণি কৰা হ’ব। আৰু তাৰ পাছত তৃতীয় দিনা অৰ্থাৎ বুধবাৰে উলিওৱা হ’ব সমদল।

‘চৰকাৰে আমাৰ দাবীৰ প্ৰতি সহাৰি জনাই কেবিনেটত এই দাবী অনুমোদৰ বাবে লৈ যাব বুলিয়েই আমি দীৰ্ঘদিনে আশাবাদী হৈ আছিলো। কিন্তু আজিলৈ একো পৰিৱৰ্তনে নহ’ল’। এই কথা সদৰী কৰে নংছিয়াঙে।

উল্লেখ্য যে যোৱা ২৭ এপ্ৰিলত শিক্ষক সংগঠন দুটাৰ প্ৰতিনিধিয়ে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাক সাক্ষাত কৰে। ইয়াৰ উপৰি ২৪ এপ্ৰিলতে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ল’কমেন ৰিমবুইক সাক্ষাত কৰি বিষয়টো সন্দৰ্ভত গভীৰ আলোচনা কৰা বুলি জনায়।

নংছিয়াঙে এই সন্দৰ্ভত কয় যে মুখ্য মন্ত্ৰীয়ে বিষয়টোৰ গুৰুত্ব বুজি ১০ দিনৰ ভিতৰতে কেবিনেটত এই দাবী উত্থাপন কৰি বিষয়টো নিষ্পত্তি কৰাৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু এমাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত শিক্ষকসকলৰ ন্যায্য দাবীসমূহ পূৰণ কৰাৰ বাবে চৰকাৰে অনিহা প্ৰদৰ্শন কৰাতো সন্দেহজনক বুলিও সংগঠনটোৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে।

ইফালে এই সন্দৰ্ভত মুখ্য মন্ত্ৰী চাংমাই কয় যে তেওঁলোকৰ দাবীসমূহ কাৰ্যকৰী কৰাৰ পূৰ্বে কিছু কৰণীয় কাম আছে আৰু এই কামসমূহ সম্পূৰ্ণ হ’লে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম।

স্মৰ্তব্য যে মেঘালয়ৰ ৬৬৮৬ গৰাকী ডেফিচিত স্কুলৰ শিক্ষকে এইদৰে সোমবাৰৰ পৰা গ্ৰহণ কৰিব প্ৰতিবাদ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd