• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত মৃত্যুঞ্জয় সেৱাৰ সংবাদ মেল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 29, 2017 8:02 pm

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক উন্নয়নৰ হকে কাম কৰি অহা গুণোপতি ভেংকট কৃষ্ণ ৰেড্ডি ফাউণ্ডেচনৰ অধীনৰ মৃত্যুঞ্জয় সেৱাৰ অসম শাখাই আজি মহানগৰস্তিত গুৱাহাটী প্ৰেছ ক্লাবত এখনি সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত জি ভি কে, ই এম আৰ আই ৰ উপ-সভাপতি সঞ্জয় কুমাৰ ঝাৰ লগতে উজনি অসমৰ মৃত্যুঞ্জয় ১০৮, ১০২ ৰ আঞ্চলিক ব্যবস্থাপক কানকেণ্ড’ সিনহা , নামনি অসমৰ আঞ্চলিক ব্যৱস্থাপক ৱাসিক শইকীয়া আৰু আদৰণি এম্বুলেঞ্চ সেৱাৰ দ্বায়িত্বত থকা ৰাজীৱ শৰ্মা উপস্থিত থাকে।

সংবাদমেলত সাংবাদিক সকলক সম্বোধি সঞ্জয় কুমাৰ ঝাঁই কয় যে তেওঁলোকৰ এই সেৱা জনহিতাৰ্থে দ্বায়বদ্ধ আৰু তেওঁলোকে মানুহৰ সহায়ৰ বাবে প্ৰতি মুহূৰ্ততে সজাগ থাকে। এই ক্ষেত্ৰত তেওঁলোকৰ চেষ্টাত আশাকৰ্মী সকলক আৰু অধিক সহায়-সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনায়, তেতিয়াহে গৰ্ভৱতী মহিলাসকলক অধিক সেৱা প্ৰদান কৰিব পাৰিব বুলি সংবাদমেলখনত সদৰি কৰে। জানিব পৰা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দিনটোত প্ৰায় ২০,০০০ ফোনকল আহে আৰু প্ৰত্যেককে মৃত্যুঞ্জয় বাহিনীয়ে সঁহাৰি দিবৰ বাবে চেষ্টা কৰে। কিন্তু এই ফোনকল সমূহৰ ২০ শতাংশহে প্ৰকৃত জৰুৰীকালীন ফোন বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে প্ৰায় ৮০ শতাংশ ফোনকলেই জৰুৰীকালীন নহয় অথবা কিছু সংখ্যকে ধেমালি কৰি ফোন কৰে বুলি তেওঁ এক অভিযোগ কৰে। এনে পৰিপ্ৰেক্ষিতত এটা এটা ফোনকলে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে, সেয়েহে বিনা কাৰণত ফোন নকৰি কেৱল জৰুৰীকালীন অৱস্থাতহে ফোন কৰিবলৈ অসমবাসীক আহ্বান জনায়।

Apply Now

লক্ষণীয় যে মৃত্যুঞ্জয় ১০৮ বাহিনীয়ে বৰ্তমান সময়লৈকে ১,৩২,৬৯০৯৫ টা ফোনকলৰ সঁহাৰি দিছে তাৰে ৪৬,৮৮,৩১০ টা জৰুৰীকালীন ফোন, স্বাস্থ্যজনিত জৰুৰীকালীন ফোন ৩২,৪৬,১৯২ টা , গৰ্ভজনিত ১২০৯৫৫৭ টা ফোনকল আৰু আঘাতজনিত সমস্যাৰ ২৮,৪৫০৯ টা ফোনকলৰ সহাৰি দিছে। ইয়াৰ উপৰি ১০২ সেৱাই বৰ্তমানলৈকে ৫৮৪২৮৭ আৰু আদৰণি মৃত্যুঞ্জয়ে ১২২৭৯২১ টা ফোনৰ সঁহাৰি দিবলৈ সক্ষম হৈছে।

উল্লেখনীয় যে মৃত্যুঞ্জয় ১০৮ বাহিনীয়ে বৰ্তমান সময়লৈকে প্ৰায় ১.০৪ লাখ মানুহৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে বুলি সঞ্জয় কুমাৰে সংবাদমেল যোগে জানিবলৈ দিয়ে। উক্ত সংবাদমেলত উপস্থিত থকা ৱাছিক শইকীয়াই জানিবলৈ দিয়া মতে অসমৰ আটাইকেইখন জিলাত সৰ্বমুঠ ৭০১ খন মৃত্যুঞ্জয় বাহিনীৰ এম্বুলেঞইচ আছে। মহানগৰীত বৰ্তমান সময়ত ১৬ খন মৃত্যুঞ্জয় ১০৮ বাহনে সেৱা আগবঢ়াই আহিছে বুলি তেওঁ মন্তব্য কৰে।

জি ভি কতে ৰ অধীনৰ মৃত্যুঞ্জয় বাহিনীয়ে প্ৰতিদিনে ১২৭৫ টা জৰুৰীকালীন ফোনৰ সঁহাৰি দি আহিছিল যদিও চলিত বৰ্ষৰ ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ ১ জানুৱাৰীত ১৪০০ ৰ পৰা ১৫০০ লৈ এই সংখ্যা বৃদ্ধি কৰা হৈছে বুলি এক তথ্য পোৱা গৈছে। এই সন্দৰ্ভত সঞ্জয় কুমাৰেঅসমবাসীক বিশেষকৈ যুৱচামক সুৰাপান কৰি বাহন নচলাবৰ বাবে সংবাদমেল যোগে উপদেশ দিয়াৰ লগতে নিজকে সুৰক্ষিত ৰাখিবৰ বাবে আহ্বান জনায়। কথা প্ৰসংগতে তেওঁ কয় যে ‘’আনন্দ স্ফুৰ্তি কৰাৰ প্ৰয়োজনীয়তা আছে, কিন্তু তাৰ এক সীমাৰ প্ৰয়োজনীয়তা আছে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd