• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

পঞ্চম দৰমহা আয়োগে সামৰি ল’ব মেঘালয়ৰ ৬,৬৮৬ শিক্ষকক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2018 8:16 pm
meghalaya teachers
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ ঘাটি মঞ্জুৰীপ্ৰাপ্ত বিদ্যালয়সমূহৰ শিক্ষকক পঞ্চম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী দৰমহা  প্ৰদান সম্পৰ্কীয় বিষয়টো কেবিনেটত ১০ দিনৰ ভিতৰত আলোচনা কৰিব মেঘালয় চৰকাৰে।

শুকুৰবাৰে প্ৰধান সচিবালয়লত অনুষ্ঠিত খাচি জয়ন্তীয়া ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয় শিক্ষক সন্থা (Khasi Jaiñtia Deficit School Teachers’ Association  চমুকৈ KJDSTA)  আৰু গাৰোপাহাৰ ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয় শিক্ষক  আৰু কৰ্মচাৰী সন্থা (Garo Hills Deficit School Teachers’ and Employees Association, চমুকৈ GHDSTEA) এটা যুটীয়া সঁজাতি দলৰ সৈতে অনুষ্ঠিত হোৱা এখন আলোচনাচক্ৰত  শিক্ষক কৰ্মচাৰীক সামৰি লোৱাৰ বিষয়ত আশ্বাস প্ৰদান কৰিছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই।

Apply Now

আলোচনাত ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা ৫ম দৰমহা আয়োগৰ পৰামৰ্শাৱলী তাৎক্ষণিকভাৱে শিক্ষকসকলৰ ক্ষেত্ৰতো প্ৰৱৰ্তন কৰাৰ প্ৰয়োজনীয়তাত   শিক্ষকৰ সঁজাতি দলটোৱে  চৰকাৰক পতিয়ন নিয়াইছে।

এয়া হৈ উঠিলে মেঘালয়ৰ ঘাটি মঞ্জুৰিপ্ৰাপ্ত প্ৰাথমিকৰ পৰা উচ্চতৰ বিদ্যালয়ৰ ৬,৬৮৬জন শিক্ষক উপকৃত হ’ব। দৰমহাৰ সংশোধনী ২০১৭ৰ ১ জানুৱাৰিৰ পৰা কাৰ্যকৰী কৰা হ’ব।

৫ম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী পেনছনৰ সুবিধাৰ প্ৰসাৰ, নিশ্চিত বাহক প্ৰগতিশীল আঁচনি (Assured Carrier Progressive Scheme) আৰু চিকিৎসাজনিত ব্যয় পৰিশোধ কৰিবলৈ শিক্ষকসকলে মুখ্য মন্ত্ৰীৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাইছে।

শিক্ষকৰ সঁজাতিদলটোৱে ইয়াৰ লগতে দীৰ্ঘদিন ধৰি স্থগিত থকা ৰাজ্যিক শিক্ষা নীতি প্ৰৱৰ্তন কৰা, ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকৰ বাবে চাকৰি নীতি, ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা, মেঘালয় বিদ্যালয়  শিক্ষা বোৰ্ডৰ (Meghalaya Board of School Education) দ্বাৰা প্ৰকাশিত পাঠ্যপুথিৰ অগণন ভুলৰ ওপৰতো আলোচনা কৰে।

খাছি জয়ন্তীয়া ঘাটিমঞ্জুৰিপ্ৰাপ্ত বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি ই ডি নংছিয়াঙে জনাইছে যে শিক্ষা নীতিৰ খচৰা চৰকাৰে দুমাহৰ ভিতৰতে ৰাজহুৱা কৰিবলৈ সক্ষম হ’ব। চাকৰি নীতিৰ খচৰা ইতিমধ্যে শিক্ষকসকলৰ মাজত বিতৰণ কৰাৰ বাবে সাজু হৈ উঠিছে, যাতে তাত তেওঁলোকে তাত নিজা দৃষ্টিভংগি আৰু পৰামৰ্শ দিব পাৰে।

পাঠ্যপুথিৰ ভুলৰ ওপৰত  নংছিয়াঙে জনাইছে যে চৰকাৰে এই বিষয়টোৰ ওপৰত অতি শীঘ্ৰেই এখন মুল্যায়ন সভা অনুষ্ঠিত কৰিব আৰু বোৰ্ডৰ এগৰাকী পূৰ্ণ পৰ্যায়ৰ সভাপতি নিয়োজনৰ কথাটোতো চৰকাৰ আগ্ৰহী।

ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয়সমূহৰ শিক্ষকসকলৰ চাকৰি প্ৰাদেশিকীকৰণৰ সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে কৈছে যে এই বিষয়ত এদিন সঁজাতি দলৰ সৈতে আছুতীয়াকৈ আলোচনাত বহিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd