• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

পাঁচ দিন পৰ্য্যন্ত এখনো মনোনয়নপত্ৰ পৰা নাই : অহা দুদিনত লক্ষণীয় হ’ব নাগালেণ্ডৰ ৰাজনৈতিক পটভূমি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 5:44 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক সংকটৰ মাজতে ত্ৰয়োদশ বিধানসভা নিৰ্বাচনৰ আখৰা চলি থকা নাগালেণ্ডত মনোনয়ন দাখিলৰ বাবে মাত্ৰ দুদিন বাকী থকা অৱস্থাতো কোনো প্ৰাৰ্থীয়েই মনোনয়ন পত্ৰ দাখিল কৰা নাই। ৰাজ্যখনত কেন্দ্ৰীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰা আজি পঞ্চম দিন হ’ল। অৰ্থাৎ মনোনয়ন পত্ৰ আহ্বান জনোৱা আজি পঞ্চম দিন হ’ল। অথচ এখনো মনোনয়ন পত্ৰ পোৱা নাই ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই।

উল্লেখযোগ্য যে যোৱা ৩ ফেব্ৰুৱাৰিত নাগা হোহো আৰু শীৰ্ষস্থানীয় নাগা বেচৰকাৰী সংগঠনবোৰে এক বিবৃতিৰ জৰিয়তে নিৰ্বাচনত মনোনয়ন দাখিল কৰাটো বিশ্বাসঘাতকতা বুলি গণ্য কৰা হ’ব বুলি ভাবুকি দিয়াৰ লগতে ৪ ফেব্ৰুৱাৰিত এন এছ চি এনেও একেই ভাবুকি দিছিল। আনকি এন এছ চি এনৰ ভাবুকি আছিল অধিক কঠোৰতাৰে ভৰা। কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনা চলাই থকা বিদ্ৰোহী সংগঠনটোৱে নাগা ৰাইজৰ আহ্বানক অৱমাননা কৰিলে যিকোনো লোকেই বিষম পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি কৈছিল কালিৰ বিবৃতিত।

Apply Now

শাসনাধিষ্ঠিত এন পি এফ, কংগ্ৰেছ, বিজেপিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলেও কোনো দলৰ প্ৰাৰ্থীয়েই মনোনয়নপত্ৰ দাখিল কৰা নাই। বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে যদিও ঘোষিত প্ৰাৰ্থীৰো কোনেও মনোনয়ন পত্ৰ দিয়া নাই।

উল্লেখযোগ্য যে  ৰাজ্যখনৰ ১১ টা ৰাজনৈতিক দলে নাগা সমস্যাটো নিৰ্বাচনৰ পূৰ্বেই সমাধানৰ দাবীত যোৱা ২৯ জাৱনুৱাৰিত নিৰ্বাচন বৰ্জন কৰাৰ বাবে এটা যৌথ বিবৃতিত চহী কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন অনুষ্ঠিত হোৱা-নোহোৱাৰ মাজত এক অস্পষ্টতাই ভূমুকি মাৰিছিলহি। কিন্তু দুদিন পিছতে বিজেপিয়ে আৰু তাৰ এদিন পিছতে এন পি এফ আৰু কংগ্ৰেছেও সেই স্থিতিৰ পৰা আঁতৰি আহি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

কিন্তু তাৰ পিছতে নাগা হোহো আৰু এন এছ চি এনে তেওঁলোকৰ কঠোৰ স্থিতি প্ৰকাশ কৰিছিল। এই পটভূমিত অহা দুদিনৰ ভিতৰত নাগালেণ্ডৰ ৰাজনৈতিক ঘটনাৱলী বেচ লক্ষণীয় হ’ব। বিশেষকৈ ৰাজনৈতিক দলবোৰে এন এছ চি এন (আই এম)ৰ স্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰে সেয়া চাব লগীয়া হ’ব।

উল্লেখযোগ্য যে দেশৰ নিৰ্বাচন আয়োগৰ সূচীমতে ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হোৱাৰ কথা। ইতিপূৰ্বে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে এক মন্তব্যত কৈছিল যে নাগালেণ্ডত যিকোনো পৰিস্থিতিতেই নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd