• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঠশালাত উদযাপন কহিনুৰ থিয়েটাৰৰ জনক ৰতন লহকৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
January 29, 2018 5:54 pm
প্ৰয়াত ৰতন লহকৰ চিত্ৰ
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভ্ৰাম্যমান থিয়েটাৰৰ অন্যতম কাণ্ডাৰী ৰতন লহকৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে সোমবাৰে ভ্ৰাম্যমান নগৰী পাঠশালাৰ বিভিন্ন দল-সংগঠন, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান তথা শুভাকাংক্ষীয়ে শ্ৰদ্ধাঞ্জলি জনায়।

সোমবাৰে ৰতন লহকৰৰ সমাধিস্থলীত আয়োজিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থকা দল-সংগঠন তথা ৰতন লহকৰৰ পৰিয়ালৰ লোকে সমাধিস্থলীৰ  কদৰ্য ৰূপ দেখি ক্ষোভিত হৈ পৰাৰ লগতে ক্ষেদ প্ৰকাশ কৰে আৰু লগতে চৰকাৰৰ কাৰ্যকলাপৰ ওপৰতো সন্দেহ ব্যক্ত কৰে।

Apply Now

উল্লেখযোগ্য যে ১৯৭৬ চনত সম্পূৰ্ণ নিজা প্ৰচেষ্টাত কহিনুৰ থিয়েটাৰৰ জন্ম দিছিল ৰতন লহকৰে। যোৱা বছৰ মৃত্যুবৰণ কৰা প্ৰযোজক, সুদক্ষ অভিনেতা, পৰিচালক তথা ৰাজনীতিবিদগৰাকীৰ নশ্বৰ দেহ পাঠশালাৰ প্ৰগতি সংঘৰ বাকৰিত সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰিছিল।

উল্লেখযোগ্য যে ৰতন লহকৰৰ উদ্যোগতে প্ৰথমবাৰৰ বাবে কহিনুৰ থিয়েটাৰে অসমৰ বাহিৰত নাট মঞ্চস্থ কৰিছিল।

ভ্ৰাম্যমান থিয়েটাৰৰ এই কাণ্ডাৰীজনৰ সমাধিস্থলী আজিলৈ চৰকাৰীভাবে অৱহেলিত হৈ থকাৰ বাবে দুখ প্ৰকাশ কৰে স্থানীয় লোকে।

আনহাতে ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ সমাধিস্থলীৰ ৰূপো একে। অচ্যু লহকৰৰ পৰিয়ালৰ লোকে সমাধিস্থলী অনাদৃত ৰূপত পৰি থকা দেখি সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰে।

ভ্ৰাম্যমান থিয়েটাৰৰ মহান কাণ্ডাৰী দুজনৰ সমাধিস্থলী নিৰ্মান আৰু দুয়োজনাৰে আৱক্ষ মূৰ্তি স্থাপন কৰাৰ চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেয়া বাস্তৱত অতিশীঘ্ৰে পৰিণত কৰি তুলিবলৈ পৰিৱৰ্তনকামী চৰকাৰৰ ওচৰত দল-সংগঠনে আহ্বান জনায়।

উল্লেখযোগ্য যে পাঠশালাত আয়োজিত ৰতন লহকৰৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ভ্ৰাম্যমান থিয়েটাৰ প্ৰযোজক সন্থাৰ কোনো এজন লোক উপস্থিত ন’হল।

ভ্ৰাম্যমান নগৰী পাঠশালাৰ বিপৰীতে গুৱাহাটীত প্ৰযোজক সন্থাই আয়োজন কৰিছে ৰতন লহকৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী।

লক্ষ্যণীয় যে প্ৰযোজক সন্থাই আয়োজন কৰা প্ৰথম মৃত্যুবাৰ্ষিকীত ৰতন লহকৰৰ পৰিয়ালৰ কোনো লোককে আমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলি পৰিয়ালৰ লোকে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd