• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰীৰ মেঘালয় ভ্ৰমণ : কাইলৈ শ্বিলঙত উপস্থিত হ’ব বিশেষ সুৰক্ষা গোটৰ (এছ পি জি) দল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2017 9:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডীৰ অহা ১৬ ডিচেম্বৰৰ মেঘালয় ভ্ৰমণৰ প্ৰাক্ মুহূৰ্তত কাইলৈ অৰ্থাৎ বুধবাৰে ছিলঙত আহি উপস্থিত হ’বহি বিশেষ সুৰক্ষা গোটৰ (এছ পি জি) দল। সেইদিনাই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সবিশেষ কাৰ্যসূচী প্ৰকাশ কৰা হ’ব।

পূব খাচী পাহাৰৰ উপায়ুক্ত পি এছ ধাৰকাৰে জানিবলৈ দিয়া মতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সবিশেষ কাৰ্যসূচী বুধবাৰে এছ পি জি ৰ দল আহি পোৱাৰ পিছতহে ৰাজহুৱা কৰা হ’ব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ল’বলগীয়া প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ উপায়ুক্তগৰাকীয়ে বিভিন্ন বিভাগ আৰু আৰক্ষী বিষয়াসকলৰ সৈতে এখন বৈঠক আহ্বান কৰিছে।

Apply Now

উক্ত বৈঠকতে পথ মেৰামতি, বেৰিকেড স্থাপন কৰা আৰু আদৰণি তোৰণ আদিৰ বিষয়ে আলোচনা কৰা হ’ব।

প্ৰধানমন্ত্ৰী মোডীয়ে চৰকাৰী অনুষ্ঠান এটাত ভাষণ ৰাখিবলগীয়া ষ্টেট কনভেনচন চেন্টাৰত পৰ্যাপ্ত পানীৰ যোগান ধৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়া হৈছে।

উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগৰ বিষয়াক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত নেইগ্ৰীমছকে ধৰি সকলোবোৰ হাস্পাতলকে প্ৰস্তুত কৰি ৰখাৰ বাবে নিৰ্দেশ দিছে।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে সুৰক্ষা ব্যৱস্থাৰ প্ৰস্তুতি চলি আছে আৰু এছ পি জি দলৰ সৈতে আলোচনা কৰি সবিশেষ ব্যৱস্থা চূড়ান্ত কৰা হ’ব।

ৰাজ্যিক বিজেপিৰ নেতৃত্বই উপায়ুক্তগৰাকীক সাক্ষাৎ কৰি দলে প’লো গ্ৰাউণ্ডত আয়োজন কৰিবলগীয়া ৰাজহুৱা সভাখনৰ বিষয়ে আলোচনা কৰে। এছ পি জিয়ে অনুমোদন জনালে এইখন হ’ব প্ৰধানমন্ত্ৰীয়ে ভাষণ দিবলগীয়া পঞ্চমখন সভা।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সম্ভাৱ্য কাৰ্যসূচী অনুসৰি শনিবাৰে দুপৰীয়া ১ বজাত আপাৰ ছিলং হেলিপেডত অৱতৰণ কৰাৰ পিছত মোডী পোনে পোনে ভাষণ দিবলৈ ষ্টেট কনভেনচন চেন্টাৰলৈ যাব আৰু তাৰ পৰা পলো গ্ৰাউণ্ডৰ সভাত  অংশ ল’ব।

ইয়াৰ পিছতে তেওঁ বিভিন্ন ধৰ্মীয় নেতাসকলৰ সৈতে মিলিত হোৱাৰ এক কাৰ্যসূচী ৰখা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd