• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বটদ্ৰবাত দুৰ্নীতি নিবাৰক শাখাৰ তদন্ত : বিদ্যালয়ৰ দ্ৰয়াৰত উদ্ধাৰ হ’ল ৫০০খন চাউলৰ ৰেশ্যন কাৰ্ড

মিণ্টু দাস by মিণ্টু দাস
July 19, 2018 5:08 pm
বটদ্ৰবা

বটদ্ৰবাত বুধবাৰে সমাবায়ৰ এজেন্টসকলে অনুষ্ঠিত কৰা সংবাদমেলৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বটদ্ৰবা সত্ৰ সমবায় সমিতিত বিগত প্ৰায় ১৮ টা বছৰ কংগ্ৰেছে দখল কৰি থকাৰ লগতে উক্ত সময় ছোৱাত  চাউল, আটা ইত্যাদি বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ বিষয়ে পূৰ্বতে বিভিন্ন সময়ত বাতৰিৰ শিৰোনামা দখল কৰি অহাৰ পিছত  সমবায়ত সংঘটিত দুৰ্নীতি-অনিয়মৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

এই তদন্তত  ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনস্থ খাদ্য-সুৰক্ষা আঁচনিৰ চাউল আৰু আটা গ্ৰাহকক বিতৰণ কৰাৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে। এই তদন্তৰ আওতালৈ অহা সমবায় সমিতিৰ সভাপতি-সম্পাদকক নিৰ্দোষী বুলি প্ৰতিপন্ন কৰিবলৈ গৈ ইতিমধ্যে ছয়জন সুলভ মূল্যৰ দোকানীক যোৱা ১৬ জুলাইত মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে গ্ৰেপ্তাৰ কৰি নিয়ে।

Apply Now

বটদ্ৰবা সত্ৰ সমবায়ৰ অন্তৰ্গত কেইবাখনো সুলভ মূল্যৰ দোকানত এনে অনিয়ম সংঘটিত হোৱা বুলি অংশীদাৰী ৰাইজে এক লিখিত অভিযোগ দাখিল কৰাৰ পিছত ঘটনাই নতুন মোৰ লাভ কৰে  আৰু আজি পুৱাৰ ভাগত এখন চৰকাৰী বিদ্যালয়ত ৫০০ শতাধিক ৰেশ্যন কাৰ্ড উদ্ধাৰ হোৱা ঘটনাই দুৰ্নীতি-অনিয়মৰ বাস্তৱ ছবিখন উজলাই তোলে।

বিগত ১৭ বছৰে পৰিয়ালকেন্দ্ৰিকভাৱে দখলত ৰখা সময়ছোৱাত সংঘটিত দুৰ্নীতি, অনিয়ম আৰু একনায়কত্ববাদী শাসন শোষণৰ বিৰুদ্ধে যোৱাকালি বটদ্ৰৱাৰ সত্ৰ সমবায় সমিতিৰ অন্তৰ্গত ৩৮ গৰাকী সুলভ মূল্যৰ দোকানীয়ে এক সংবাদ মেল অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

কালি সমবায়ৰ এজেন্ট সকলে সংবাদ মেল অনুষ্ঠিত কৰাৰ পিছত আজি ৫০০খন ৰেশ্যন কাৰ্ড উদ্ধাৰ হোৱাৰ  তথ্যই অঞ্চলটোত দুৰ্নীতি বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ৭৩০ নং হাইডুবি এম.ই. মাদ্ৰাছাৰ টেবুলৰ দ্ৰয়াৰত গোপনে লুকুৱাই ৰখা অৱস্থাত ৫০০ শতাধিক ৰেশ্যন কাৰ্ড বিদ্যালয়খনৰে এগৰাকী শিক্ষকে উদ্ধাৰ কৰি স্থানীয় ৰাইজক খবৰ দিয়ে। ৰাইজৰ সহযোগত আৰক্ষীয়ে ৰেচন কাৰ্ড সমূহ জব্দ কৰি থানালৈ আনে।

উল্লেখ্য যে, কালি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বটদ্ৰবা সমবায়ত লুন্ঠন ৰাজ চলোৱা চাৰিগৰাকী মূল অভিযুক্ত ক্ৰমে প্ৰাক্তন সভাপতি ছোৰহাব উদ্দিন, এ.কে ছামচুল আলম (আবল), প্ৰাক্তন সম্পাদক মোক্তাৰ হুছেইন আৰু বৰ্তমানেও কাৰ্যনিৰ্বাহ কৰা সম্পাদক আজিবুৰ ৰহমানক গুৱাহাটীত সোধ-পোছ কৰাৰ পিছত আজি পুনৰাই এখন বিদ্যালয়ৰ পৰা ৰেশ্যন কাৰ্ড উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত বিৰাজ কৰিছে ব্যাপক প্ৰতিক্ৰিয়া।

এনে প্ৰেক্ষাপটত দুৰ্নীতিপৰায়ন সমবায় সমিতিৰ বিষয়ববীয়াসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনোৱাৰ লগতে প্ৰয়াত শৰৎ সিংহই আৰম্ভ কৰা সমবায় আন্দোলনৰ বাস্তৱতাক ৰাইজৰ কাষ চপাই নিয়াৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd