• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহুদিনেই হ’ল, নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত ব্যৰ্থ অসম আৰক্ষী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2018 8:18 am
ৰেৱতী ফুকন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা নেতা পৰেশ বৰুৱাৰ ঘনিষ্ঠ তথা পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন নিৰুদ্দিষ্ট হোৱাৰ আঢ়ৈ মাহৰো অধিক দিন পাৰ হৈ গ’ল। কিন্তু এতিয়ালৈ সন্ধান নোলাল নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ। যিমানে দিন গৈ আছে সিমানে যেন পাহৰণিৰ গৰ্ভত সোমাই পৰিছে ৰেৱতী ফুকন নিৰুদ্দিষ্টৰ ঘটনা।

আনহাতে, পিতৃৰ সন্ধান বিচাৰি নিৰুদ্দিষ্ট ফুকনৰ পুত্ৰ কৌশিক ফুকনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে যদিও এতিয়ালৈ কোনো সন্ধান ওলাৱা নাই ৰেৱতী ফুকনৰ। পিতৃৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত অসম আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি যোৱা ২৯ মে’ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ফুকনৰ পুত্ৰ কৌশিকে।

Apply Now

অহা ৯ জুলাইত ফুকন সন্ধানহীন হোৱা বিষয়টোৰ উচ্চতম ন্যায়ালয়ে পুনৰ শুনানি গ্ৰহণ কৰিব। এতিয়া শুনানিত আদালতে কি নিৰ্দেশ দিয়ে সেয়া সকলোৰে বাবে লক্ষ্যণীয় হৈ পৰিছে।

ইপিনে ফুকনৰ সন্ধানহীন হোৱা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ হাতত থকা তথ্য তেওঁলোকে বন্ধ খামত গোপন প্ৰতিবেদনযোগে আদালতত দাখিল কৰিব বুলি আদালতক অৱগত কৰিছে। আনকি বিগত শুনানিৰ সময়ত ৰাজ্য চৰকাৰে তেওঁলোকৰ হাতত থকা তথ্যসমূহ ৰাজহুৱা কৰিব পৰা নাযাব বুলিও প্ৰকাশ কৰিছিল। কিন্তু প্ৰশ্ন হৈছে ৰাজ্য চৰকাৰৰ হাতত ৰেৱতী ফুকন নিৰুদ্দিষ্ট হোৱাৰ কি তথ্য আছে?

উল্লেখযোগ্য যে যোৱা ২২ এপ্ৰিলৰ পৰাই নিৰুদ্দিষ্ট হৈ আছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘনিষ্ঠ তথা এসময়ৰ পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন। ২২ এপ্ৰিলৰ পুৱা আন দিনাৰ দৰে ঘৰৰ পৰা খোজ কাঢ়িবলৈ ওলাই যোৱাৰ পাছতেই সন্ধানহীন হৈছিল ফুকন।

বৰ্তমান ৰাজ্যখনত সংঘটিত হৈ থকা বিক্ষিপ্ত ঘটনা প্ৰবাহৰ মাজতে ৰেৱতী ফুকন নিৰুদ্দিষ্ট হোৱাৰ ঘটনাটো যেন ৰাজহুৱা স্মৃতিৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰিছে। ৰেৱতী ফুকনৰ নিৰুদ্দিষ্ট হোৱাৰ ঘটনাৰ সূত্ৰ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত অসম আৰক্ষী সম্পূৰ্ণ ব্যৰ্থ হৈ পৰাৰ অভিযোগ উঠিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd