• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজেটত ৰাজ্যৰ অংশকলৈ সন্তুষ্ট নহয় বিটিচি : প্ৰত্যক্ষভাৱে পুঁজি আৱন্টনৰ দাবী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 23, 2018 9:50 am
BTC-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ দুদিনীয়া বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে সামৰণি পৰে।

সামৰণিৰ দিনা ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ২,৪১৬.২৬ কোটি টকাৰ সাধাৰণ বাজেট বিত্ত বিভাগৰো দায়িত্বত থকা বিটিচৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে উত্থাপন কৰে আৰু সাধাৰণ আলোচনাৰ পিছত সদনত গৃহিত হয়।

Apply Now

উল্লেখযোগ্য যে বিটিচিয়ে ইয়াৰ ৩২ লাখ জনসাধাৰণৰ বাবে এইবছৰ ৰাজ্য চৰকাৰৰ পৰা মাত্ৰ  ৬১০ কোটি টকা লাভ কৰিছে আৰু স্বাভাৱিক বাজেটেৰ অধিক বিকাশ সাধন কৰা সম্ভৱ নহয়।

শাসক আৰু বিৰোধী দুয়ো দলেই অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে কেন্দ্ৰৰ পৰা প্ৰত্যক্ষভাৱে পুঁজি আৱন্টনৰ বাবে দাবী উত্থাপন কৰে।

মহিলাৰীয়ে বুধবাৰে প্ৰস্তাৱিত জমা আৰু খৰচৰ বিটিচিৰ স্বাভাৱিক বাজেট (কাউন্সিলৰ ভাগৰ) ২,৪২৯.৮৭ কোটি আৰু প্ৰস্তাৱিত খৰচ ২,৪১৬.২৬ কোটি টকাৰে ১৩.৬০ কোটি টকাৰ ৰাহি বাজেটখন সদনত বিবেচনাৰ বাবে দাখিল কৰে। বিটিচি মুৰব্বী হাগ্ৰাম মহিলাৰীৰ হৈ বাজেটখন সদন পাঠ কৰে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী কাম্পা বৰগয়াৰীয়ে।

বাজেটত বিটিচিৰ অন্যান্য বিকাশৰ লগতে পথ যোগাযোগৰ উন্নয়ন, শিক্ষা, গ্ৰাম্য উন্নয়ন, স্বাস্থ্য আৰু কৃষিত গুৰুত্ব আৰোপ কৰা হৈছে।

মহিলাৰীয়ে কয় যে তেওঁলোকে কাউন্সিলৰ অন্যান্য বিষয়ৰ লগতে প্ৰকল্প আৰু আঁচনিসমূহৰ ৰূপায়নকে ধৰি বিভিন্ন সমস্যা তথা বিবাদসমূহৰ বিষয়ে অসমৰ ৰাজ্য চৰকাৰক অৱগত কৰিব।

মহিলাৰীয়ে জনায় যে কাউন্সিলে আঁচনি আৱন্টন অনুসৰি নিৰ্দ্ধাৰণ কৰা বিকাশৰ লক্ষ্যত উপনীত হ’বলৈ দায়বদ্ধ।

তেওঁ লগতে কয় যে তেওঁ আৰু তেওঁৰ দলে অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে বিটিচিৰ সকলো সদস্যৰ সহযোগত আনকি কঠোৰ পৰিশ্ৰম কৰিবলৈ বদ্ধপৰিকৰ।

এই লক্ষ্যত উপনীত হ’বলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুয়োখনেৰে সহযোগিতাৰ প্ৰয়োজন।

ইয়াৰ মাজতে বিৰোধী দলৰ নেতা ৰনগৌৰা নাৰ্জাৰীয়ে কয় যে জনসংখ্যাৰ গাঁথনিৰ ওপৰত বিটিচিৰ বাবে ৰাজ্য চৰকাৰে পৰ্যাপ্ত পুঁজি মোকলাই দিয়া নাই।

অঞ্চলটোৱে ইয়াৰ জনসংখ্যাৰ গাঁথনি অনুসৰি বছৰি ১২.১৯ শতাংশ অংশৰে কমেও ৩০০০ কোটি টকা পাব লাগে যদিও ৰাজ্য চৰকাৰে ৬১০ কোটি টকাহে মুকলি কৰি দিছে যিটো গ্ৰহণযোগ্য নহয়।

তেওঁ কয় যে সাত লাখ জনসংখ্যাৰে সৰু ৰাজ্য ছিকিমে ৭০০০ কোটি টকা লাভ কৰিছে।

তেওঁ লগতে ৰাজ্য চৰকাৰৰ বাজেটৰ পিছত কাউন্সিলৰ বাজেট অনুষ্ঠিত কৰাটো অৰ্থহীন বুলিও মন্তৱ্য কৰে।

 

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd