• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

বান সমস্যাৰ সমাধানৰ উপায় হিচাপে নদীসমূহৰ তলি খনন কৰাৰ আঁচনি লৈছে মণিপুৰ চৰকাৰে

সভাপতি চামম by সভাপতি চামম
March 14, 2018 9:10 am
ImphalRiver

ইম্ফল নদী।

31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ চৰকাৰে ৰাজ্যখনৰ বানপানী সমস্যাৰ এটি স্থায়ী সমাধান কৰাৰ বাবে ৰাজ্যখনৰ নদীসমূহৰ তলি খনন কৰাৰ এক অভিলাষী আঁচনি হাতত লৈছে।

এই আঁচনিৰ অন্তৰ্গত প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ইম্ফল নদীত খননৰ জৰিয়তে নদীৰ তলি গভীৰ কৰি পানী ধাৰণ আৰু অপসাৰণ ক্ষমতা বৃদ্ধি আৰু গতিপথ সলনি কৰি আৰু অন্য নদীৰ সৈতে সংযোগ কৰি বানপানী প্ৰশমনৰ পৰিকল্পনা কৰা হৈছে। এই পৰিকল্পনাৰ ভিত্তিত লোৱা আঁচনিখন ৰূপায়ণৰ কাম এতিয়া যুদ্ধকালীন গতিত চলি আছে।

Apply Now

জল সম্পদ বিভাগৰ মুখ্য অভিযন্তা কে প্ৰীতমে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে যে ৰাজ্যখনৰ নতুন চৰকাৰৰ তত্ত্বাৱধানত এই কাম চলাই নিয়া হ’ব।

মুখ্য অভিযন্তাজনে কয় যে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি বিবেচনা কৰি নিটি আয়োগৰ উপ সভাপতিগৰাকীক লৈ সঠিক  জল ব্যৱস্থাপনাৰ বাবে উচ্চ ক্ষমতাসম্পন্ন কমিটী গঠন কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ বানপানী সমস্যা সমাধানৰ  এটা দীৰ্ঘ্যম্যাদী পদক্ষেপ হিচাপে এলানি অধ্যয়ন চলোৱাৰ বাবে কেন্দ্ৰীয় পৰ্যায়ত এখন কাৰিকৰী বিশেষজ্ঞ কমিটীও গঠন কৰা হৈছে বুলি তেওঁ জনায়।

উল্লেখযোগ্য যে বিগত বছৰ কেইটাত ৰাজ্যখনত সংঘটিত হোৱা ভালেকেইটা বানপানী আৰু ভূমিস্খলনৰ ঘটনাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । যোৱা বছৰৰ বাৰিষা কালত হোৱা বানপানীত ৩৬টা ঠাইত নদীৰ পাৰ ভঙাৰ ঘটনা ঘটিছিল।

জানিব পৰা গৈছে যে ৰাজ্য চৰকাৰে বৃহত্তৰ ইম্ফলৰ উত্তৰ দিশত থকা লামফেলপটত থকা এটা জলাহভূমিক ৪৪২ একৰৰ এটি জলাধাৰলৈ পৰিৱৰ্তন কৰাৰ এটা আঁচনি হাতত লৈছে। এই এলেকাটোৰ বিকাশ সাধন কৰাৰ এই প্ৰকল্পত পৰিৱেশ, মৎস পালন, জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন বিভাগেও সহয়োগিতা কৰিব।

উল্লেখ্য যে বাৰিষাৰ সময়ত এটি প্ৰাকৃতিক জলাধাৰৰ ভূমিকা পালন কৰা লামফেলপট ভালেকেইটা চৰকাৰী আৰু অন্যন্য বেচৰকাৰী কাৰ্যালয়, আবাস আদিৰে ভৰি পৰা বাবে এই জলাহভূমিটোৰ আয়তন কমি আহিছে।

এই সন্দৰ্ভত অতিৰিক্ত মুখ্য অভিযন্তা ৱায় যোগেশ্বৰে জনাইছে যে ৱাইথাউপট, আইৰং নাল্লা (উজনি) আইৰং নাল্লা(নামনি) জলাধাৰকেইটাৰো বিকাশ সাধন কৰি বানপানী সমস্যা সমাধান কৰাৰ চেষ্টা কৰা হ’ব।

ৰাইজৰ দাবীত তিনি বছৰ পূৰ্বে গঠন হোৱা বিশ্বৰ বহনক্ষম বিকাশৰ লক্ষ্যত উপনীত হ’বলৈ পানীৰ সঠিক ব্যৱহাৰ কৰাৰ বাবে ৰাজ্যৰ জল নীতি কাৰ্যকৰী কৰি তুলিব।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd