• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘’বিগ ব্ৰাডাৰ’’ হ’বলৈ চেষ্টা কৰিলে মেঘালয়ত পিডিএফৰ সমৰ্থন হেৰুৱাব বিজেপিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2018 12:50 pm
Peoples-Democratic-Party-launched
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিপলছ ডেমক্ৰেটিক ফ্ৰন্টে (পিডিএফ) নেশ্যনেল পিপলছ পাৰ্টিৰ (এনপিপি) নেতা কনৰাড চাংমাক মুখ্য মন্ত্ৰী হিচাপে লৈ গঠন হোৱা মেঘালয়  ডেমক্ৰেটিক ফ্ৰন্টৰ (এমডিএ) চৰকাৰখনক  সকীয়াই দিছে  যে যদিহে বিজেপি দলে ‘’বিগ ব্ৰাডাৰ’’ৰ ভুমিকা ল’বলৈ চষ্টা কৰে তেনেহ’লে দলটোৱে চৰকাৰখনৰ পৰা নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিব। মিত্ৰজোঁটৰ  চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰাকক্ষণত  পিডিএফ দলটোৰ নীতিগত আৰু মূল বিষয়সমূহত বিজেপিৰ হস্তক্ষেপ অবাঞ্চনীয় বুলি স্পষ্টকৈ জনাই দিয়াটোৱে এক বিৰাট তাৎপৰ্য বহন কৰিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। ।

৪জন বিধায়কেৰে এমডিএ মিত্ৰজোঁটত যোগদান দিয়া পিডিএফটোৱে মাথোঁ ২জন বিধায়কেৰে এমডিএত যোগ দিয়া বিজেপিক ‘’বিগ ব্ৰাডাৰ’’ৰ ভূমিকা নল’বলৈ স্পষ্ট ভাষাৰে সতৰ্ক কৰি দিছে।

Apply Now

৪ জন বিধায়কেৰে বিজয়ী হৈ অহা পিডিএফ দলটোৰ এখন সম্বৰ্ধনা সভাত এটা অনুষ্ঠানত ভাষণ ৰাখি দলটোৰ সভাপতি পিনছিনগাইন এন চিয়েমে এই কথা স্পষ্ট কৰি দিছে।

মেঘালয়ৰ নতুনকৈ নিৰ্বাচিত মন্ত্ৰীসভাখনত   পিডিএফ দলৰ বানটেইডৰ লিংডোক কৃষি, উদ্যান শস্য, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা, ৰেচম আৰু বয়ন এই দপ্তৰকেইটাৰ দায়িত্বভাৰ অৰ্পন কৰা হৈছে।

দলটোৰ আন এজন নেতা হামেল্টছন ডহলিঙক মহানগৰ পৰিক্ৰমা, পৌৰ প্ৰশাসন আৰু তথ্য প্ৰযুক্তি দপ্তৰ প্ৰদান কৰা হৈছে।.

ভূতপূৰ্ব কেবিনেট মন্ত্ৰী অল হেকক স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা তথ্য আৰু গণ সংযোগ , কলা আৰু সস্কৃতি দপ্তৰ প্ৰদান কৰা হৈছে। উল্লেখ্য যে অল হেকে সদ্যসমাপ্ত মেঘালয় বিধান সভা নিৰ্বাচন ২০১৮ৰ আগে আগে বিজেপিৰ সৈতে মিত্ৰতা স্থাপন.কৰিছিল।

পিডিএফ দল বিজেপিৰ ছাঁৰ দৰে বুলি হোৱা ধাৰণা আৰু  সমালোচনাৰ পিছত চিয়েমে কৈছে,’’আমি ৪খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে কেবল ২ খনহে আসন লাভ কৰিছে। অমি বিজপিক নহয় এনপিপিকহে সমৰ্থন আগবঢ়াইছোঁ।‘‘

তেওঁ পুনৰাই সতৰ্ক কৰি দিছে যে স্থানীয় লোকৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় দলটোৰ যি মূল কাৰ্যসূচী আছে তাত যদি বিজেপিয়ে হস্তক্ষেপ কৰে তেন্তে দলটোৱে এমডিএ মিত্ৰজোঁটৰ চৰকাৰৰ পৰা নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিব।

পিডিএফৰ নেতাগৰাকীয়ে অহা বছৰত অনুষ্ঠিত হ’বলগীয়া পাৰিষদীয় নিৰ্বাচনৰ বাবে দলীয় কৰ্মীসকলক কঠোৰ পৰিশ্ৰম কৰাৰ বাবে অনুৰোধ জনাইছে।

চিয়েমে আশ্বাস দিছে ৰাজ্যখনৰ কিছু কিছু স্থানত বিজেপিয়ে খ্ৰিষ্টিয়ানসকলৰ বিৰুদ্ধে চলাই অহা আতিশায্যৰ বিষয়তো তদন্ত কৰিবলৈ এখন পৰ্যৱেক্ষক কমিটী গঠন হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd