• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাক দুভাগ কৰা অভিসন্ধিৰে বিজেপি আৰু ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চই মিত্ৰতা কৰিছে: ব্ৰিন্দা কাৰাট

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 12:30 pm
ব্ৰিন্দা কাৰাট
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চ(Indigenous People’s Front of Tripura)ই আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰা কাৰ্যক চি পি আই(এম)ৰ ৰাষ্ট্ৰীয় নেত্ৰী ব্ৰিন্দা কাৰাটে ধিক্কাৰ দিছে। ত্ৰিপুৰাৰ এখন জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে নেত্ৰীগৰাকীয়ে। তাৰোপৰি নেত্ৰীগৰকীয়ে কয় ‘ত্ৰিপুৰাক দুভাগ কৰা অভিসন্ধিৰে বিজেপি আৰু ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চই মিত্ৰতা কৰিছে। যোৱা দুটা দশকত চি পি আই(এম)ৰ ৰাজত্বত ৰাজ্যখনৰ উন্নয়নৰ সফলতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই মিত্ৰতা কেৱল ত্ৰিপুৰাৰ শান্তি-শৃংখলা ব্যাঘাট জন্মোৱাৰহে চেষ্টা’।

মিত্ৰতা সম্পৰ্কে আলোচনা কৰাৰ বাবে  ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চৰ দলটোৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰা কথা দোহাৰি ব্ৰিন্দাই কয় যে দীৰ্ঘ দিনে পৃথক ৰাজ্যৰ দাবী তুলি অহা বিষয়টোক কেন্দ্ৰই এখন আৰ্হি প্ৰস্তুতকাৰী সমিটি গঠন কৰি দিয়া কাৰ্য ৰাষ্ট্ৰ ৰাজনীতিত পোন প্ৰথমবাৰৰ বাবে লোৱা সিদ্ধান্ত বুলি মত প্ৰকাশ কৰে।

Apply Now

আনহাতে চি পি আই(এম) নেত্ৰীগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে কৰা অভিযোগ একেষাৰে নসাৎ কৰিছে ত্ৰিপুৰা ৰাজ্যিক বিজেপিয়ে।

বিজেপি ৰাজ্যিক সভাপতি বিপ্লৱ দেৱে এই সন্দৰ্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ একোজনকৈ প্ৰতিনিধি আৰু খিলঞ্জীয়া সমাজৰ এজন বিশেষজ্ঞকৰ দ্বাৰা গঠিত সমিটিখনে খিলঞ্জীয়া লোকসকলৰ আৰ্থ সামাজিক দিশত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে সেয়া নীৰিক্ষণ কৰিবলৈহে কেন্দ্ৰই এই সমিটিখন গঠন কৰি দিছে।

ইয়াৰ উপৰি আই পি এফ টিয়ে ৰাজ্যখনক দুভাগ কৰা কাৰ্যৰ বাবে শান্তি শৃংখলা ব্যাঘাত জন্মা বুলি নেত্ৰীগৰাকীয়ে মন্তব্য কৰে। দেশৰ আন বহু ৰাজ্যতো পৃথক ৰাজ্যৰ দাবীত বিভিন্ন বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি আছে কিন্তু আজিলৈ কোনো ধৰণৰ এনে কমিটি গঠন কৰা নজিৰ হোৱা নাছিল। একমাত্ৰ নিৰ্বাচনী বৈতৰনী পাৰ হোৱাৰ বাবেই এনে সিদ্ধান্ত লোৱা বুলিও স্পষ্ট ৰূপত কয়।

আনহাতে ত্ৰিপুৰাত অষ্টমবাৰ চৰকাৰ গঠন কৰাৰ কাৰণে সমগ্ৰ ত্ৰিপুৰাবাসীক চি পি আই(এম)ক ভোট দিয়াৰ বাবে আহ্বান জনায়। মাৰ্চত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই শাসকীয় দলৰ কেন্দ্ৰীয় নেতৃবৃন্দই এইদৰে জনসভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd