• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিৰ ভূমিনীতিৰ বিৰুদ্ধে আহ্বান জনোৱা ২৪ ঘন্টীয়া বিটিএডি বন্ধত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 6, 2018 2:10 pm
Abhayapuri

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত  কোচ ৰাজবংশী ,আদিবাসী, নাথ যোগী আৰু গোৰ্খা ছাত্ৰ সন্থাকে ধৰি পাঁচটাকৈ ছাত্ৰ সংগঠনে  আহবান জনোৱা ২৪ ঘণ্টীয়া বিটিএডি বন্ধৰ প্ৰভাৱ পৰিছে  কোকৰাঝাৰত ।

কোকৰাঝাৰ  জিলাৰ হলটু তিনালী, চৰাইকোলা, চন্দ্ৰপাৰা, কাৰিগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সমূহত বন্ধ সমৰ্থকসকলে কেইখনমান দুচকীয়া, চাৰিচকীয়া আৰু সামগ্ৰী কঢ়িওৱা ট্ৰাক আদি বাহনৰ ক্ষতি  কৰে। তদুপৰি বালাজান তিনালীত বন্ধ প্ৰতিবাদকাৰীসকলে শাক-পাচলিৰ দোকান ধ্বংস কৰে।

Apply Now

ফলত ক্ষুদ্ধ ৰাইজে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্রমণ কৰে। ফলত ‘প্ৰাগ নিউজ’ৰ সাংবাদিক ৰবিৰাম বৰগয়াৰী আৰু ‘আছাম টকছ’ৰ ধনঞ্জয় নাথ আৰু ফটো সাংবাদিক তথা ‘নিউজ টাইম’ অসমৰ সাংবাদিকলৈ   শিলগুটি নিক্ষেপ কৰে যদিও কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰে। কিন্তু ঘটনাটোত ‘আছাম টকছ’ৰ সাংবাদিকৰ কেমেৰা ক্ষতিগ্ৰস্ত হয়

আনহাতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অৰুণ ৰায় আৰু নাথ যোগী  ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথে প্ৰতিবাদস্থলী পৰা বিটিচিয়ে প্ৰস্তাৱ গ্ৰহণ কৰা ভূমি নীতি প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে ভূমি নীতিৰ ওপৰত স্পষ্টীকৰণ দিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি প্ৰকাশ কৰে।

সেয়েহে সংৰক্ষিত শ্ৰেণীৰ সংগঠন সমূহৰ সৈতে উক্ত প্ৰস্তাৱৰ ওপৰত ততালিকে আলোচনাত বহিবলৈ দাবী জনায়।

আনহাতে প্ৰতিবাদকাৰী সকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি সৰ্বানন্দ সোণোৱাল গ’ বেক, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ , ভূমি নীতি প্ৰত্যাহাৰ কৰক আদি শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ।

উল্লেখযোগ্য যে চন্দ্ৰপাৰা পথত কোকৰাঝাৰ ইউ এন একাডেমী স্কুলৰ শিক্ষক দৈপায়ান নাৰ্জাৰীৰ বাইকখনত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাত ভস্মীভূত হয় বাহনখন।

বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ জিলাৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু পথত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে ৷

চৰকাৰে উক্ত দাবীৰ প্ৰতি কোনো সঁহাৰি নজনালে পৰৱৰ্তী সময়ত পুনৰ জংগী আন্দোলন গ্ৰহণ কৰাৰ ভাবুকি দিয়ে সংগঠনটোৰ নেতাসকলে ।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

June 29, 2026 8:02 pm
ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

June 29, 2026 7:46 pm
দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

June 29, 2026 7:26 pm
মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

June 29, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

June 29, 2026 8:02 pm
ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

June 29, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd