• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী ঘোষিতৰ আত্মীয়ৰ নাম এন আৰ চিত অন্তৰ্ভুক্তিৰ প্ৰসংগত আজি ৰায়দান কৰিব আদালতে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2018 9:47 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা ব্যক্তিৰ পৰিয়ালৰ সদস্যৰ নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত নহয় বুলি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই যোৱা মে’ মাহত জাৰি কৰা এখন নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ হৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ অভিজ্ঞ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে।

ৰাজ্যিক সমন্বয়ক গৰাকীৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই আজিজুল হক নামৰ এজন ব্যক্তিয়ে এখন লেখ আবেদন (৩৪৩২/২০১৮) দাখিল কৰিছিল।

বৃহস্পতিবাৰে আবেদনকাৰীৰ হৈ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ খণ্ড বিচাৰপীঠত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মেহমুদ প্ৰাছাই যুক্তি প্ৰদৰ্শন কৰে।

আনহাতে, এন আৰ চি কৰ্তৃপক্ষই তেওঁলোকৰ হৈ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই আদালতত বক্তৱ্য দাঙি ধৰে। বৃহস্পতিবাৰে দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত খণ্ড বিচাৰপীঠ শুকুৰবাৰে আবেদনখনৰ ৰায়দানৰ দিন ঘোষণা কৰে।

আবেদনখনত এন আৰ চি কৰ্তৃপক্ষৰ লগতে কেন্দ্ৰীয় চৰকাৰসহ পাঁচটা পক্ষক পদকীয়া হিচাপে ৰখা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ নিৰ্দেশনা কাৰ্যকৰী হ’লে ঘোষিত বিদেশীসহ কেইবালক্ষ লোকৰ নাম এন আৰ চিত বাদ পৰাৰ পথ প্ৰশস্ত হ’ব।

ইয়াৰ মাজতে মৰিগাঁও জিলাৰ বিদেশী ন্যায়াধিকৰণৰ সদস্য মৌচুমী ডেকাৰ গাড়ীত বুধবাৰে বিয়লি দুৰ্বৃত্তই শিলাবৰ্ষণ কৰা ঘটনাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে।

বিদেশী ন্যায়াধিকৰণৰ আন্তঃগাঁথনি আৰু অন্যান্য সা-সুবিধা বিষয়ক এটা গোচৰৰ (আদালতে নিজাকৈ লোৱা) শুনানিত সহকাৰী ছলিছিটৰ জেনেৰেল সুভাষ চন্দ্ৰ কেয়ালে বিষয়টো আদালতক অৱগত কৰে।

আদালতে ন্যায়াধিকৰণৰ সদস্যসকলৰ নিৰাপত্তাৰ লগতে ন্যায়াধিকৰণবোৰৰ সুৰক্ষাৰ দিশটোত নজৰ ৰাখিব গৃহ বিভাগক নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd