• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ : আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা সাংবিধানিক বিচাৰপীঠত আৰম্ভ হ’ব শুনানি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2018 8:38 am
DE15-SUPREMECOURTOFINDIAa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ শুনানি আৰম্ভ হ’ব। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব। সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ এজনীয়া বিচাৰপীঠত আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে শীঘ্ৰেই সাংবিধানিক বিচাৰপীঠ গঠন কৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে।

ইয়াৰ পিছত মুখ্য ন্যায়ধীশ মিশ্ৰই আগষ্টৰ প্ৰথম সপ্তাহতে বিচাৰপীঠ গঠন কৰি নিৰৱচ্ছিন্নভাৱে শুনানি গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে।

Apply Now

উল্লেখযোগ্য যে অসম সন্মিলিত মহাসংঘই নাগৰিকত্ব আইনৰ ৬নং দফাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। কিয়নো ৬নং দফাই কেৱল অসমত ১৯৭১ চনৰ ২৫ মাৰ্চ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে সুনিশ্চিত কৰিছে।

ইপিনে এই দফাটো কেৱল অসমতহে প্ৰযোজ্য হোৱাৰ সন্দৰ্ভত যুক্তি দৰ্শাই মহাসংঘই ইয়াক অসাংবিধানিক হিচাপে গণ্য কৰিবলৈ আবেদন জনাইছিল। তদুপৰি, মহাসংঘই ১৯৭১ চনৰ পৰিবৰ্তে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে চিহ্নিত কৰিবলৈও আবেদন জনাইছিল। এই শুনানিয়ে অসমত ভিত্তিবৰ্ষ ১৯৭১ হৈ থাকিব নে ১৯৫১ চন হ’ব সেই কথা সুনিশ্চিত কৰিব।

আনহাতে, অসমৰ ক্ষেত্ৰতো নাগৰিকত্ব নিৰ্ধাৰণৰ ভিত্তিবৰ্ষ দেশৰ বাকী অংশৰ সৈতে একেই, অৰ্থাৎ ১৯৫১ চন ধাৰ্য্য কৰিবলৈ অসম সন্মিলিত মহাসংঘ, সদৌ অসম আহোম সভা, ‘শ্বহীদ আৰু নিৰ্যাতিত পৰিয়াল’-এ দেশৰ উচ্চতম ন্যায়ালয়ত তৰা গোচৰ সন্দৰ্ভত যোৱা ৮ মে’ত উচ্চতম ন্যায়ালয়ে উক্ত পক্ষকেইটাক সীমা অতিক্ৰম নকৰিবলৈ সকীয়াই দিছিল।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ তদাৰক কৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ নাৰিমনৰ দুজনীয়া বিচাৰপীঠে প্ৰক্ৰিয়াটোৰ অগ্ৰগতিৰ নিয়মীয়া শুনানিৰ সময়ত পক্ষকেইটাক এই সকীয়নি দিছিল।

৮ মে’ৰ শুনানিৰ সময়ত অসম সন্মিলিত মহাসংঘই নাগৰিকত্বৰ ভিত্তি বৰ্ষ সন্দৰ্ভত সাংবিধানিক বিচাৰপীঠে চূড়ান্ত ৰায় নিদিয়ালৈকে নাগৰিপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ বন্ধ ৰাখিবলৈ আবেদন জনাইছিল।

কিন্তু দুজনীয়া বিচাৰপীঠে উক্ত আবেদন লগে লগে খাৰিজ কৰাই নহয়, আবেদনকাৰীক সীমা অতিক্ৰম নকৰিবলৈও ন্যায়াধীশ ৰঞ্জন গগৈয়ে সকীয়াই দিছিল। ন্যায়াধীশজনে তেওঁলোকক যিখন বিচাৰপীঠত এই গোচৰ চলি আছে তালৈ যাবলৈ নিৰ্দেশ দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd