• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যালয়ত এটা ক্ৰীড়াৰ পিৰিয়ড বাধ্যতমূলক কৰাৰ বাবে চৰকাৰক ‘প্ৰেৰণা’ যোগাইছে স্বৰ্ণৰাণী হিমাই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2018 1:51 pm
rathore-pic-570x320

কেন্দ্রীয় মন্ত্রী ৰাজ্য বর্দ্ধন সিং ৰাথোৰ। ফটো : ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে ফিনলেণ্ডৰ টাম্পেৰেত জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ট্ৰেক ইভেন্টত ৪০০ মিটাৰ দৌৰত ভাৰতৰ বাবে প্ৰথমটো স্বৰ্ণ অৰ্জন কৰি গৌৰৱ কঠিয়াই অনা অসমৰ হিমা দাসে দেশখনত ক্ৰীড়াক আগবঢ়াই নিয়াত প্ৰেৰণা যোগাইছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যবৰ্দ্ধন সিং ৰাথোৰে সোমবাৰে কয় যে বিদ্যালয়সমূহ অহা বছৰৰ পৰা পাঠ্যক্ৰম ৫০ শতাংশ হ্ৰাস কৰি এটা ক্ৰীড়াৰ পিৰিয়ড বাধ্যতামূলক কৰা হ’ব।

সেইদৰে মণিপুৰৰ ক্ৰীড়াবিদ মেৰীকম (বক্সিং), বিশ্ব চেম্পিয়ন মীৰাবাই চানু (ভাৰত্তোলন), চেন্নাইয়ন এফ চিৰ হৈ খেলি থকা শ্ৰেষ্ঠ ভাৰতীয় ফুটবলাৰ মিজোৰামৰ জেজে লালপেখ্লুৱাকে ধৰি দেশৰ আন কেইবাজনো ক্ৰীড়াবিদৰ প্ৰদৰ্শনত চৰকাৰ ‘অতিশয় অনুপ্ৰাণিত’ হৈ পৰিছে।

আগশাৰীৰ বাতৰিকাকত দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা বাতৰিত ৰাথোৰৰ উদ্ধৃতিৰে কোৱা হৈছে, ‘’ আমি এনে এটা পৰ্যায়ত আহি উপনীত হৈছো য’ত ক্ৰীড়া শিক্ষাৰ  অংশ নহয়, এইটোও শিক্ষা। শিক্ষা মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে ২০১৯ৰ ভিতৰত বিদ্যালয়ৰ পাঠ্যক্ৰম ৫০ শতাংশ হ্ৰাস কৰা হ’ব আৰু এটা ক্ৰীড়াৰ পিৰিয়ড নিয়মীয়াকৈ ৰখা হ’ব।‘’

বাতৰিটোত লগতে ৰাথোৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে মন্ত্ৰালয়ে ক্ৰীড়াক প্ৰাসংগিক কৰি তুলিবলৈ কেইবাটাও দিশৰ পৰিকল্পনা কৰি আছে। ‘’ আমি লগতে নিশ্চিত কৰিছো যে ভাৰতৰ ক্ৰীড়া প্ৰাধিকৰণে (ছাই) ২০২২ চনৰ ভিতৰত ইয়াৰ কৰ্মশক্তি ৫০ শতাংশলৈ হ্ৰাস কৰিব যাতে তেওঁলোকে ক্ৰীড়াত অধিক মনযোগ দি এটা সীমিত সংস্থা হৈ ক্ৰীড়াৰ নামত ধন ব্যয় কৰিব পাৰে।‘’

‘’এই বছৰ আমি ২০ খন বিশেষ ক্ৰীড়া বিদ্যালয় গঢ়ি তুলিম আৰু ভাৰত চৰকাৰে তাত প্ৰায় ৭-১০ কোটি টকা প্ৰতিখনৰ বাবে ব্যয় কৰিব। এই ধাৰণাটোত প্ৰতিখন বিদ্যালয়তে নিৰ্দিষ্ট লক্ষ্য বান্ধি লোৱা হৈছে যাতে প্ৰতিখন বিদ্যালয়তে মাত্ৰ দুটা বা তিনিটা মুখ্য ক্ৰীড়া থাকিব। সেইবোৰত বিশেষভাৱে জোৰ দিয়া হ’ব,’’-তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm
‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd