• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ব যুৱ মহিলা বক্সিং : অসম-জীয়ৰী অংকুশিতা বড়োৱে হৰুৱালে তুৰস্কৰ প্ৰতিদ্বন্দ্বীক

এন ই নিউজ ব্যুৰো, গুৱাহাটী: by এন ই নিউজ ব্যুৰো, গুৱাহাটী:
November 22, 2017 3:05 am
Boxing

প্ৰতিনিধিত্বমূলক চিত্ৰ

255
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত চলি থকা বিশ্ব মহিলাৰ যুৱ বক্সিঙত অসম-জীয়ৰী অংকুশিতা বড়োৱে ৬৪ কেজি শাখাত তুৰস্কৰ শক্তিশালী প্ৰতিদ্বন্দ্বীক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমৰ প্ৰতিভাশালী বক্সাৰগৰাকী এই জয়েৰ পাছত পদক জয়ৰ বাবে আৰু মাত্ৰ এটা ঢাপ আগ বাঢ়িবলৈ আছে। ছেমিত প্ৰৱেশ কৰিব পাৰিলেই তেওঁ পদক জয় কৰাটো নিশ্চিত। অংকুশিতাকে ধৰি পাঁচগৰাকীকৈ ভাৰতীয় খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনত অসমক প্ৰতিদ্বন্দ্বিতা কৰা একমাত্ৰ বক্সাৰ তেৱেঁ আছিল। অংকুশিতাৰ এই অগ্ৰগতিত স্বাভাৱিকতে অসমৰ ক্ৰীড়া জগতত আনন্দৰ জোৱাৰ উঠিছে। কিয়নো অংকুশিতাৰ মাজেৰে অসমবাসীয়েও মণিপুৰৰ মেৰী কমৰ দৰে এগৰাকী খেলুৱৈৰ উত্থানৰ সপোন দেখাত এই ঘটনাই সহায় কৰিছে। অপ্ৰাদেশিকৃত বিদ্যালয় এখনৰ শিক্ষক ৰাকেশ বড়োৰ কন্যা অংকুশিতাই দৰিদ্ৰতাৰ মাজেৰে নিজৰ খেলুৱৈ জীৱন কষ্টেৰে আগ বঢ়াই নিব লগীয়া হৈছে। কালিৰ জয়ৰ পিছত তেওঁ কয়, ‘তেওঁ (তুৰস্কৰ প্ৰতিদ্বন্দ্বী এলাক কেগলা (Aluc Cagla)) মোক তেওঁৰ দেশত পৰাজিত কৰিছিল, গতিকে মই নিজৰ দেশত সেইটোৰ পোটক তুলিলো।’ কোৱাৰ্টাৰ ফাইনেলত অংকুশিতাৰ প্ৰতিদ্বন্দ্বী হ’ব ইটালীৰ নিক’লি ৰেবেকা (Nicoli Rebecca)।

Recent News

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd