• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস’ৰ ৰূপালী জয়ন্তী উদ্‌যাপন তেজপুৰ বিশ্ববিদ্যালয়ত

প্ৰণব গুমাৰ দাস by প্ৰণব গুমাৰ দাস
May 4, 2018 6:33 pm
WantedPress_Freedom_e3a4fc6ecc
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰ বিশ্ববিদ্যালয়ৰ জন সংযোগ আৰু সাংবাদিকতা বিভাগে বৃহস্পতিবাৰে ২৫ সংখ্যক বিশ্ব সাংবাদ মাধ্যম স্বাধীনতা দিৱস উদ্‌যাপন কৰিলে।এই ৰূপালী জয়ন্তী দিৱস উদ্‌যাপনৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা পোষ্টাৰ প্ৰদৰ্শন কৰে আৰু তাৰ পাছতে জন সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অভিজিত বৰাই আদৰণী ভাষণ প্ৰদান কৰে।ভাষণ প্ৰসংগত অধ্যাপকগৰাকীয়ে সংবাদ মাধ্যমৰ দ্বাৰাই সংবাদ মাধ্যমৰ নীতি ভংগ কৰা আদি গুৰুত্বপূৰ্ণ বিষয়লৈ আঙুলিয়াই দিয়ে। সংবাদ মাধ্যমক পেছা হিচাপে গ্ৰহণ কৰাৰ বাবে কেনেদৰে আত্ম-নিৰ্দেশনা অত্যন্ত প্ৰাসংগিক তালৈ আঙুলিয়াই দিয়ে।

স্কুল অব হিউমেনিটিজ আৰু সমাজ বিজ্ঞানৰ ডীন অধ্যাপক পি কে দাসে তেওঁৰ ভাষণত ছচিয়েল মেডিয়াৰ বিকাশৰ কথাটো তুলি ধৰি যি কোনো ব্যক্তিয়ে তথ্য আৰু সংবাদ সৃষ্টি কৰিব পৰা সাম্প্ৰতিক বিশ্বত আত্ম-নিৰ্দেশনাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এম এম শৰ্মাই এটা দশকৰো অধিক কাল সাংবাদিক হিচাপে লাভ কৰা নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি মাথোঁ কেইটামান বছৰতে কেনেদৰে সকলো পৰিৱৰ্তন হৈ গ’ল আৰু অনুসন্ধানমূলক সাংবাদিকতা কেনেদৰে এটা জটিল কাম হৈ পৰিল তালৈকে আঙুলিয়াই দিয়ে। তেওঁ কয় যে ৰাজ্যত ভৱিষ্যতে অনুসন্ধানমূলক সাংবাদিকতাৰ বিকাশ সাধন কৰিব লাগিব।

Apply Now

চলিত বৰ্ষ উদ্‌যাপনৰ বাবে নিৰ্দিষ্ট কৰা ‘ক্ষমতাক নিয়ন্ত্ৰণৰ ভিতৰত ৰখা: সংবাদ মাধ্যম ন্যায় আৰু আইনৰ নিয়ম’ (Keeping Power in Check: Media Justice and the Rule of Law) বিষয়ক সাবাংবাদিকতা দিৱস উদ্‌যাপনৰ সৈতে সংগতি ৰাখি উপস্থাপনা আৰু পেনেল আলোচনাৰ মাজেৰে বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলে কাৰ্যসূচীটোত সক্ৰিয়ভাৱে অংশগ্ৰণ কৰে।

সংবাদ মাধ্যমৰ স্বাধীনতাৰ আহিলা হিচাপে ছচিয়েল মেডিয়া, সংবাদ মাধ্যমৰ মধ্যৱৰ্তী উপসৰ্গ : উগ্ৰতা সংবাদ মাধ্যম আৰু ৰাষ্ট্ৰৰ অপৰত অৱলোকন (Sandwhich Syndrome of media: looking into militancy media and state), ভাৰতৰ পেইড মেডিয়া, সংবাদ মাধ্যম ক্ষেত্ৰত প্ৰদান কৰা বঁটা, পৰাগ কুমাৰ দাসৰ সোঁৱৰণত, অসমৰ সংবাদ মাধ্যম: স্বাদীনতা আৰু দ্বায়িত্ব ইত্যাদি বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলে উপস্থাপনা কৰে। ‘নীতিগত সাংবাদিকতা’ : অবাস্তৱ নে বাস্তৱ ৰ ওপৰতো (Ethical Journalism a Myth or Reality) এখন পেনেল আলোচনাচক্ৰৰ আয়োজন কৰা হয়।

প্ৰণব গুমাৰ দাস

প্ৰণব গুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd