• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বৰ সবাতোকৈ দীঘল সমুদ্ৰ দলং মুকলিৰ বাবে সাজু চীন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2018 12:09 pm
longest
759
VIEWS
Share on FacebookShare on Twitter

তথ্য- প্ৰযুক্তিৰ চমকেৰে নিত্য নতুন চমক দিবলৈ সক্ষম হোৱা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিচিত চীনে মুকলি কৰিবলৈ সাজু হৈছে বিশ্বৰ সবাতোকৈ দীঘল সমুদ্ৰ দলং।

চলিত বৰ্ষতে মুকলি কৰিবলগীয়া এই সমুদ্ৰ দলঙখনে হংকং, মাকাউ আৰু মেইনলেণ্ড চীনৰ মাজত সংযোগ স্থাপন কৰিব বুলি প্ৰকাশ কৰিছে আল জাজিৰা নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে।

উল্লেখযোগ্য যে ৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সমুদ্ৰ দলঙখনত মুঠ ছটা পথ, চাৰিটা সুৰংগ আৰু চাৰিটা কৃত্ৰিম দ্বীপ থাকিব। এই সমুদ্ৰ দলঙখন সম্পূৰ্ণ কৰিবলৈ প্ৰায় ৭ বছৰৰ প্ৰয়োজন হৈছিল।

ফ্ৰান্সৰ ৰাজধানী পেৰিছত থকা আইফেল টাৱাৰত ব্যৱহৃত সীহতকৈ ৬০ গুণ পৰিমানৰ অধিক সীহৰে এই দলঙখন নিৰ্মাণ কৰা হৈছে বুলি প্ৰকাশ কৰা হৈছে।

আল জাজিৰাৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুসৰি ব্যয়বহুল এই প্ৰকল্পটো সম্পূৰ্ণ কৰাত আমেৰিকা, ব্ৰিটেইন, ডেনমাৰ্ক, ছুইজাৰলেণ্ড, জাপান, নেডাৰলেণ্ডৰ উপৰি প্ৰায় ১৪খন দেশৰ বিশেষজ্ঞৰ সহায় লোৱা হৈছিল।

এই সমুদ্ৰ দলঙখনে চীন, মাকাউ আৰু হংকঙৰ মাজত ভ্ৰমণ দূৰত্ব কমোৱাৰ উপৰি দেশ কেইখনৰ মাজত যোগাযোগ ব্যৱস্থাক এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰিছে বেইজিঙে।

অৱশ্যে বিশ্বৰ সবাতোকৈ দীঘল সমুদ্ৰ দলং হিচাপে দেশী- বিদেশী সংবাদ মাধ্যমত চৰ্চিত এই দলঙখন কেতিয়া ৰাইজৰ বাবে  আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

 

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd