• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

বিষয়াবৰ্গক ‘সমগ্ৰ অৰুণাচল’ দৃষ্টিভংগী লোৱাৰ বাবে আহ্বান ৰাজ্যপালৰ

প্ৰণব কুমাৰ দাস by প্ৰণব কুমাৰ দাস
July 5, 2018 4:51 pm
Meeting-for-NEC-plenary-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰই আজি ৰাজভৱনত ৰাজ্যখনৰ শীৰ্ষস্থানীয় বিষয়াসকলৰ এখন সভা আহ্বান কৰি ৰাজ্যখনৰ উন্নয়নৰ বাবে হাতত লোৱা প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে। এই সভাখনত ৰাজ্যপালগৰাকীয়ে বিষয়াসকলক ‘সমগ্ৰ অৰুণাচল’ দৃষ্টিভংগী বজাই ৰখাৰ বাবে আহ্বান জনায় আৰু ৰাজ্যখনৰ জনসাধাৰণৰ যিকোনো সমস্যা আৰু প্ৰত্যাহ্বানৰ বেলিকা নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰি সেয়া সমাধান কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে ৰাজহুৱা পুঁজিৰ পৰা অহা প্ৰতিটো পইচাই জনসাধাৰণৰ বিকাশৰ কামত লাগিব লাগিব।

Apply Now

এই সভাত ৯-১০জুলাইত শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া  উত্তৰ-পূৰ্বীয় পৰিষদৰ আগন্তুক পুৰ্ণ-ক্ষমতাশীল সভাখনত উত্থাপন হ’বলগীয়া বিষয়সমূহৰ ওপৰতো আলোচনা কৰা হয়।

ৰাজ্যপাল মিশ্ৰই ৰাজ্যখনৰ বিষয়া আৰু কৰ্মচাৰীৰ দুৰ্নীতি আৰু কৰ্তব্যস্থলীত উপস্থিত নথকা আদি সমস্যাৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত চৰকাৰী কাৰ্যালয়সমূহৰ কাৰ্যদক্ষতা বাধাগ্ৰস্ত হৈ পৰিছে।

৭৬সংখ্যক উত্তৰ-পূৰ্বীয় পৰিষদৰ পুৰ্ণ-ক্ষমতাশীল সভাখনত উত্থাপন কৰিবলগীয়া বিষয়সমূহৰ সন্দৰ্ভত পৰামৰ্শ বিচাৰি ৰাজ্যপালগৰাকীয়ে কয় যে ৰাজ্যখনে উত্তৰ-পূৰ্বীয় পৰিষদৰ সভাখনৰ পৰা সৰ্বোৎকৃষ্টখিনি উপযোগ কৰিব লাগিব আৰু সমূহীয়াভাৱে সমস্যাসমূহ সমাধান কৰাৰ বাবে ফৰামত সেয়া উত্থাপন কৰিব লাগিব।

তেওঁ উত্তৰ-পূৰ্বীয় পৰিষদৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা প্ৰকল্পসমূহৰ প্ৰয়োগ খৰতকীয়া কৰাৰ বাবে প্ৰতিষ্ঠানীয় প্ৰক্ৰিয়া বিচাৰি উলিওৱাৰ বাবে আহ্বান জনায়।

স্থলপথ আৰু বিমানপথ সংযোগ, আইন-কানুন, নিৰাপত্তা, আন্তঃগাঁথনি, স্বাস্থ্য আৰু পাঠ্যপুথি বিতৰণ আদি বিষয়ৰ ওপৰতো এই সভাখনত আলোচনা কৰা হয়।

ৰাজ্যৰ মুখ্য সচিব সত্য গোপালে ৰাজ্যপালক উত্তৰ-পূৰ্বীয় পৰিষদৰ বিষয়বস্তুৰ ওপৰত এটা চমু বিৱৰণী দিয়ে। এই সভাখনত আয়ুক্ত আৰু সচিবসকল উপস্থিত আছিল।

প্ৰণব কুমাৰ দাস

প্ৰণব কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd