• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বীৰ লাচিত সেনা অসমৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি গঠন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 1, 2018 5:56 pm
Veer Lachit Sena Assam
577
VIEWS
Share on FacebookShare on Twitter

বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত আজি মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভাকক্ষত বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখন গঠন কৰা হয়।

এই সন্দৰ্ভত আজি অনুষ্ঠিত এখন ৰাজহুৱা সভাত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰন্টু পানী ফুকনৰ লগতে কেন্দ্ৰীয় সমিতিৰ সদস্য মৃদু পৱন লাহন আৰু শিৱসাগৰ জিলা সমিতিৰ সম্পাদক শৃংখল চলিহা, চৰাইদেও জিলা সমিতিৰ সম্পাদক ৰাজীৱ ফুকনৰ লগতে যোৰহাট জিলা সমিতিৰ সহ সম্পাদক ঐশ্বৰ্য প্ৰতীম বৰা উপস্থিত আছিল।

কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত আজিৰ উক্ত সভাৰ সৰ্বসন্মতিক্ৰমে মাৰ্ঘেৰিটা বীৰ লাচিত সেনা, অসমৰ ৩০ জনীয়া মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখন গঠন কৰা হয়।

১২জন সদস্য সহ গঠিত ৩০জনীয়া পূৰ্ণাঙ্গ সমিতিখনৰ বিষয়ববীয়া সকল হৈছে ক্ৰমে সভাপতি অভিজিত গগৈ, উপ সভাপতি প্ৰদীপ গগৈ, দ্বীপজ্যোতি বৰুৱা, যুটীয়া সম্পাদক ভাস্কৰ দাস, ৰাজীৱ বৰুৱা, সহ সম্পাদক অখিল বৰুৱা, লিন্টু গগৈ, প্ৰচাৰ সম্পাদক হৰ্ষজিত বৰুৱা, বিত্ত সম্পাদক বিকাশ বৰুৱা, কাৰ্য্যালয় সম্পাদক সঞ্জীৱ বৰুৱা, শিক্ষা সম্পাদক ৰিতুপন গগৈ, বিশ্বজিৎ মুদৈ, সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱা ,পংকজ গগৈ, গহীন গগৈ, ক্ৰীড়া সম্পাদক দেৱজিত কটকী ,বিতুপন সনোৱাল,  মনোজ কোঁৱৰ, বিকাশ বৰুৱা, সাংস্কৃতিক সম্পাদক প্ৰণৱ বৰুৱা আৰু বিপ্লৱ দিহিঙীয়া।

আজি গঠন হোৱা নৱগঠিত সমিতিখনে কয় যে তেওঁলোকে বীৰ লাচিতৰ আদৰ্শৰে অনাগত দিনত অসমৰ প্ৰতিটো সমস্যাতে আপোচবিহীন ভাৱে মাত মাতি যাব।

Recent News

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd