• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যৱসায়ী ৰিচভ হিম্মটচিংকাৰ বিৰুদ্ধে নিজাববীয়াকে গোচৰ লওক আৰক্ষীয়ে : দেৱব্ৰত শইকীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2018 5:41 pm
debabrata saikia on mukesh hyundai
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তলতীয়া কৰ্মচাৰী এজনক কাণত ধৰাই আঁঠু কঢ়োৱাই ৰাখি তেওঁৰ সন্মুখত কে’ক কাটি ব্যৱসায়ৰ সফলতা উদযাপন কৰি পৈশাচিক প্ৰদৰ্শনকামিতা দেখুওৱা মুকেশ হুন্দাইৰ মালিক ৰিচভ হিম্মটচিংকাৰ বিৰুদ্ধে অসম আৰক্ষীক নিজাববীয়াকে ব্যৱস্থা গ্ৰহণ (suo moto) কৰিবলৈ আহ্বান জনাইছে অসমৰ বিৰোধী দলপতি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।

‘কোম্পানিটোৰ পৰিচালক ৰিচভ হিম্মটচিংকাৰ বিৰুদ্ধে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা উচিত অসম আৰক্ষীয়ে,’ মন্তব্য দেৱব্ৰত শইকীয়াৰ।

Apply Now

ঘটনাটো কৰ্মচাৰীজনৰ মৰ্য্যাদা আৰু মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন বুলি মন্তব্য কৰি শইকীয়াই বিষয়টো তুলি ধৰিবৰ বাবে মানৱ অধিকাৰ সংস্থাসমূহকো আহ্বান জনাইছে। ‘মানৱ অধিকাৰ সংস্থাসমূহে বিষয়টো তুলি ধৰা উচিত,’ শইকীয়াৰ আহ্বান।

এই সন্দৰ্ভত আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি জানিবৰ বাবে নৰ্থ ইষ্ট নাও-এ মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন নাথৰ সৈতে যোগাযোগৰ চেষ্টা কৰি আছে।

উল্লেখযোগ্য যে ঘটনাটোৰ ছবি বিয়পি পৰাত ছ’চিয়েল মিডিয়াতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অসম প্ৰশাসনৰ কেন্দ্ৰস্থল দিচপুৰতে গণেশগুৰিৰ মুকেশ হুণ্ডাই নামৰ গাড়ীৰ শ্ব’ ৰুমটোৰ কৰ্মচাৰীক এজনক কাণত ধৰাই আঁঠু কঢ়োৱাই ৰাখি তেওঁৰ সন্মুখত কে’ক কাটি ব্যৱসায়ৰ সফলতা উদযাপন কৰা কোম্পানিটোৰ মালিক ৰিশভ হিম্মটশিংকাৰ পৈশাচিক প্ৰদৰ্শনকামিতা আৰু অপৰাধৰ বিৰুদ্ধে আজি ৫ জুলাইত ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৰ্মচাৰীসকলে।

অভিযোগ অনুসৰি প্ৰতিষ্ঠানটোত যোৱা এক দশকতকৈও অধিক কাল চাকৰি কৰি অহা কৰ্মচাৰীজনক আজি ৫ জুলাইত ষ্টক-সম্পৰ্কীয় অ’ডিটক লৈ প্ৰশ্ন কৰি বুকুত ধৰি চোঁচোৰাই তেওঁলোকৰ হিন্দী ভাষাত ‘মুৰ্গা বনিবলে’ দিয়ে।

মালিক হিম্মটশিংকাই আনকি জোতা খুলি কৰ্মচাৰীজনক মাৰিব খুজিছিল আৰু প্ৰতিষ্ঠানটোত উপস্থিত সকলো লোকৰ সন্মুখত ঘটনাটো ঘটিছিল। ‘জোতা খুলিছিলে। তাৰ পৰা মেদামে ধৰিলে। মেডামে মাৰিব নিদিলে আৰু,’ ঘটনাথলীত উপস্থিত হিম্মতশিংকাৰ পত্নীৰ কথা উল্লেখ কৰি অসহায় কৰ্মচাৰীজনৰ মন্তব্য।

ৰাজধানীত ঘটা এই ঘটনাটোৱে অসমত ধনী ব্যৱসায়ীৰ মইমতালি আৰু থলুৱা শ্ৰমিকৰ অসহায় অৱস্থাক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd