• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ধমান বিস্ফোৰণৰ মূল অভিযুক্ত জে এম বিৰ নেতা তালহা শ্বেখ বাংলাদেশত গ্ৰেপ্তাৰ   

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 12:07 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনৰ অক্টোবৰ মাহত পশ্চিমবংগৰ বৰ্ধমানৰ খাগৰাগড়ত সংঘটিত বোমা বিস্ফোৰণৰ মূল অভিযুক্ত তথা জামাত-উল-মুজাহিদীন বাংলাদেশ (জে এম বি)ৰ অন্যতম শীৰ্ষ নেতা তালহা শ্বেখ শুকুৰবাৰে নিশা বাংলাদেশৰ বগুৰা জিলাৰ পৰা গ্ৰেপ্তাৰ হয় বুলি শনিবাৰে গৃহ বিভাগৰ এক শুত্ৰই জানিবলৈ দিয়ে। গৃহ বিভাগে জনোৱা অনুসৰি দুৰ্ধৰ্ষ উগ্ৰপন্থীজন বাংলাদেশ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত আটক হয়। উগ্ৰপন্থীজনৰ পৰা এটা বিদেশত নিৰ্মিত পিষ্টল, এটা নাইন এম এম পিষ্টল, সজীৱ গুলীৰ উপৰি বহুতো আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে বগুৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সনাতন চক্ৰৱৰ্তীয়ে । জানিব পৰা অনুসৰি ইতিমধ্যে উগ্ৰপন্থীজনক আদালতত হাজিৰ কৰোৱা হৈছে আৰু আদালতে ১০ দিনৰ বাবে আৰক্ষী জিন্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে ধৃত উগ্ৰপন্থী তালাহা শ্বেখে ভাৰতত ২০১৪ চনতে বোমা বিস্ফোৰণ ঘটায় বাংলাদেশলৈ পলায়ণ কৰিছিল। পিছত সন্ধান উলিয়াব নোৱাৰাত প্ৰায় তিনিবছৰ আগতে ভাৰত চৰকাৰে উগ্ৰপন্থী তালাহাক ম’ষ্ট ৱান্টেড হিচাপে ঘোষণা কৰাৰ উপৰি সন্ধান দিওতাক ১০লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল ভাৰতীয় সংস্থা এন আই এ।

Apply Now

মন কৰিবলগীয়া কথা যে বাংলাদেশৰ আৰক্ষীয়ে জনোৱা অনুসৰি এই উগ্ৰপন্থীজনে ২০০২ চনতে জে এন বিত যোগদান কৰিছিল আৰু ২০০৫ চনত বাংলাদেশত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত সক্ৰিয় ভাবে জড়িত আছিল। পিছত আদালতে বিস্ফোৰণত জড়িত থকাৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি বিহিছিল যদিও এই ঘটনা সংঘটিত কৰিয়েই ভাৰতলৈ গোপনে পলায়ন কৰি পশ্চিমবংগত থাকিবলৈ লৈছিল। ভাৰতত থাকিয়েই সংগঠনটো শক্তিশালী কৰাৰ বাবে মনোনিৱেশ কৰিছিল আৰু ২০১৪ চনত পশ্চিমবংগৰ বৰ্ধমানৰ খাগৰাগড়ত বিস্ফোৰণ সংঘটিত কৰিছিল। এতিয়া উগ্ৰপন্থীজনৰ গ্ৰেপ্তাৰৰ পিছত ভাৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd