• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-বাংলা সীমান্ত চীল নকৰাটো চৰকাৰৰ এটা অক্ষমণীয় অপৰাধ : সমুজ্জ্বল ভট্টাচাৰ্য্য

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 3, 2018 8:06 pm
AASU
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰ পাৰ হৈ যোৱাৰ পাৰ হৈ যোৱাৰ পাছতো ভাৰত-বাংলাদেশ সীমান্ত চীল কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে ভাৰত চৰকাৰ। ই এটা আন্তঃৰাষ্ট্ৰীয় সীমা। এই সীমান্ত চীল কৰিব নোৱৰাটো দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি এক ভাবুকি। ভাৰত-বাংলা সীমান্ত চীল কৰিব নোৱাৰাটো ভাৰত চৰকাৰৰ এটা অক্ষমণীয় অপৰাধ’। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ।

মঙলবাৰে নতুন দিল্লীত এক সংবাদমেল অনুষ্ঠিত কৰি আছুৰ উপদেষ্টাগৰাকীয়ে কয় যে অসম এখন সৰু ৰাজ্য গতিকে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশে অসমৰ ভাষা, সংস্কৃতিৰ অস্তিত্ব আৰু সুৰক্ষাৰ প্ৰতি অতি সহজেই ভাবুকিৰ সৃষ্টি কৰিব।

Apply Now

তেওঁ লগতে কয় যে গুজৰাটৰ দৰে ডাঙৰ ৰাজ্যসমূহত অবৈধ অনুপ্ৰৱেশে সহজে সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে, কিন্তু তেনেধৰণৰ সমস্যাই অসম তথা উত্তৰ-পূবত অতি সহজেই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

ইয়াৰ উপৰিও তেওঁ আজি অসমক সুৰক্ষা প্ৰদান কৰি কাইলৈৰ বাবে ভাৰতক সুৰক্ষিত কৰক বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ লগতে অসম চৰকাৰে ভাৰত-বাংলাদেশ সীমান্তইদি ‘হুজি’, ‘অল কায়দা’ আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতত প্ৰৱেশ কৰাৰ তথ্য প্ৰকাশ কৰাৰ পাছতো এই সীমান্ত চীল নকৰা বিষয়টো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। তেওঁ কয়, ‘অসম তথা উত্তৰ-পূৰ্বাঞ্চল মৌলবাদী সংগঠনসমূহৰ ট্ৰেনজিত ৰোড হৈ পৰিছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। এই শক্তিসমূহ অসমত সক্ৰিয় হৈ পৰিছে বুলি তেওঁলোকে সদৰি কৰিছে। কিন্তু তাৰ পাছতো চৰকাৰে সীমান্ত চীল কৰি অসম তথা উত্তৰ-পূবৰ লগতে দেশৰ সুৰক্ষা সুনিশ্চিত কৰিব নিবিচৰা কথাটো আশ্চৰ্যজনক।’

একেখন সংবাদমেলত ড০ সমুজ্জ্বল ভট্টাচাৰ্য্যই নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি অসমৰ খিলঞ্জীয়া ৰাইজৰ ভাষা, সংস্কৃতি, আৰু অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব পৰা কাৰ্য নকৰিবলৈ দাবী জনায়। ইয়াৰ উপৰিও ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে বিদেশীক সুৰক্ষা প্ৰদানৰ বাবে জাপি দিয়া অধ্যাদেশো বাতিল কৰাৰ দাবী উত্থাপন কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd