• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেন্সাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশীকিকৰণৰ কাম সম্পন্ন কৰাৰ দাবী অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 20, 2018 9:24 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৈষম্যমূলক নীতি পৰিহাৰ কৰি পূৰ্বৰ প্ৰাদেশীকিকৰণ আইন ২০১১ৰ গণ্ডীত বিত্ত বিভাগত থকা ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত  ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশীকিকৰণ কৰাৰ দাবী উত্থাপন কৰে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই।

ঐক্যমঞ্চৰ মুখ্য সম্পাদক ভূৱনেশ্বৰ লহকৰ, সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক প্ৰেছ বিবৃতিযোগে চৰকাৰক উক্ত দাবী উত্থাপন কৰে।

Apply Now

বিবৃতিটোত ঐক্যমঞ্চই উল্লেখ কৰে যে, নিৰ্বাচনৰ সময়ত ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বৰ্তমানৰ চৰকাৰখনে ইচ্ছাকৃতভাৱে প্ৰাদেশীকিকৰণ সমস্যাটো অনিশ্চয়তাৰ পিনে ঠেলি দিছে।

ৰাজ্য চৰকাৰৰ এনে মনোভাৱৰ বাবেই পৰিৱৰ্তনকামী চৰকাৰখনৰ দিনটো ভেন্সাৰ শিক্ষানুষ্ঠানসমূহত বছৰ বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক-কৰ্মচাৰীসকলে খালী হাতেৰে অৱসৰ গ্ৰহণ কৰাৰ লগতে শিক্ষকসকলে আৰ্থিক দৈন্যতাত ভূগিব লগা হৈছে।

প্ৰাদেশীকিকৰণ বিষয়টো চৰকাৰক পুনৰ অৱগত কৰাৰ বাবে অহা ৩০ জানুৱাৰীত ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলক স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰা বুলি উক্ত বিবৃতিটোত উল্লেখ কৰা হৈছে।

বিবৃতিটোত কোৱা হৈছে যে, প্ৰাদেশীকিকৰণ আইন ২০১১ আৰু সংশোধনী ২০১২-১৩ ৰ অধীনত বিত্ত বিভাগত থকা ২৮৮৮খন নিম্ন প্ৰাথমিক, ৩১৩৫খন উচ্চ প্ৰাথমিক, ২২৫খন উচ্চ মাধ্যমিক, ১১৪খন উচ্চতৰ মাধ্যমিক, ১০৫খন কনিষ্ঠ মহাবিদ্যালয়, ৮৫খন সংস্কৃত টোল, ২০খন ছিনিয়ৰ মাদ্ৰাছা, ১৪৩খন প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ লগতে প্ৰথম পৰ্যায়ৰ পৰা ৰৈ যোৱা ৯৬খন শিক্ষানুষ্ঠানৰ প্ৰায় ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে নিযুক্তি পত্ৰ পোৱাৰ আশাত ৰৈ আছিল যদিও বৰ্তমানৰ চৰকাৰখনে পূৰ্বৰ প্ৰাদেশীকিকৰণ আইনখন বাহাল ৰখাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

উল্লেখযোগ্য যে একেখন আইনৰ আওতাত অন্তৰ্ভুক্ত একাংশ শিক্ষক-কৰ্মচাৰীয়ে বৰ্তমানেও দা-দৰমহা লাভ কৰি আছে যদিও আন একাংশই প্ৰাদেশীকিকৰণৰ মুখ দেখিবলৈ সক্ষম নোহোৱাতো চৰকাৰখনৰ বৈষম্যমূলক নীতি বুলি উল্লেখ কৰি উক্ত নীতি পৰিহাৰ কৰি চৰকাৰখনক নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অতিশীঘ্ৰে প্ৰাদেশীকিকৰণ কাম সম্পন্ন কৰাৰ দাবী উত্থাপন কৰে ঐক্যমঞ্চই।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm
নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

July 2, 2026 1:30 pm
ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm
নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

July 2, 2026 1:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd