• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলদৈত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে পালন ‘বিশ্ব ৰক্ত দান’ দিৱস

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
June 14, 2018 6:34 pm
Young Actor from Bollywood , Mrigendra Konwar voluntarily donated blood in presence of his fellow members of Crystal Vision
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰং জিলা হেল্থ ছ’চাইটিৰ উদ্যোগত আজি মঙলদৈত দিনজোৰা কাৰ্যসূচীৰে ‘বিশ্ব ৰক্ত দান’ দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি সজাগতামূলক সমদল, ৰক্ত দাতাসকলক সম্বৰ্ধনা, চেমিনাৰৰ লগতে ৰক্ত দান শিবিৰৰো আয়োজন কৰে।

আনহাতে এই দিৱসৰ লগত সংগতি ৰাখি মঙলদৈ অসামৰিক চিকিৎসালয় চৌহদত বিভিন্ন লোকৰ উপস্থিতিত এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰে। সভাত বিভিন্ন বেচৰকাৰী সংস্থা ক্ৰমে ‘ক্ৰিষ্টেল ভিজন’ৰ শেখৰ মজুমদাৰ, ‘হিউমেনিটি’ৰ নিত্যানন্দ গোস্বামী আৰু দীপক দাস আৰু নিতিশ কুমাৰ দেৱে সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়।

Apply Now

ডাঃ যদুমনি কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কাকতিয়ে নৱেল পুৰষ্কাৰ বিজয়ী বিজ্ঞানী ডাঃ কাৰ্ল লেণ্ডষ্টেইনৰ জন্মদিনৰ দিনা বিশ্ববাসীয়ে উদযাপন কৰি অহা ‘বিশ্ব ৰক্ত দান’ দিৱসৰ গুৰুত্ব তথা তাৎপৰ্যৰ বিষয়ে মন্তব্য কৰে। ইয়াৰ উপৰি এই সভাত ডাঃ ৰমেশ চন্দ্ৰ গোস্বামী, ডাঃ প্ৰশান্ত গোস্বামীৰ লগতে বহুতো ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

আনহাতে এই অনুষ্ঠানৰ পাচতে মঙলদৈ চিকিৎসালয়ৰ ব্লাড বেংকত ‘ক্ৰিষ্টেল’ আৰু ‘হিউমেনিটি’ৰ বিভিন্ন সদস্যসকল তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা প্ৰশিক্ষিত যুৱ অভিনেতা মৃগেন্দ্ৰ কোঁৱৰ আৰু ভ্ৰাম্যমাণ জগতৰ সুদক্ষ অভিনেতা দীপজ্যোতি নাথে ৰক্ত দান কৰে। চিকিৎসালয়ৰ ব্লাড বেংকত যাতে কোনো দিনে তেজৰ নাটনি নহয় তাৰ বাবে অভিনেতা দুগৰাকীয়ে সকলো যুৱ প্ৰজন্মকে মাজে সময়ে ৰক্ত দান কাৰ্যসূচীত অংশ ল’বলৈ আহ্বান জনায়।

উল্লেখ্য যে দিনটোৰ আৰম্ভণিতে দৰং জিলা হেল্থ ছ’চাইটিৰ উদ্যোগত জিলাখনৰ আশা কৰ্মী, স্বাস্থ্য কৰ্মী, নাৰ্ছৰ লগতে বিভিন্ন লোকৰ উপস্থিতিত মঙলদৈ চহৰত এটা সজাগতা মূলক সমদল বাহিৰ কৰা হয়।

মন কৰিবলগীয়া যে মঙলদৈ মহাবিদ্যালয়ৰ শিক্ষক তথা ক্ৰিষ্টেল ভিজনৰ উপদেষ্টা হৰিমন ডেকা আৰু খাৰুপেটিয়াৰ মাৰোৱাৰি যুৱ মঞ্চৰ পৱন শৰ্মাই অভিলেখ সংখ্যক ৬১ বাৰ ৰক্ত দান কৰি দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd